স্বচ্ছ-নিকা নিযুক্তি নিশ্চিত কৰা, নতুন সংস্থাপন সৃষ্টি কৰা,স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত ৰাজ্যজুৰি ডিৱাইএফআইৰ প্ৰতিবাদ
স্বচ্ছ আৰু নিকা নিযুক্তি নিশ্চিত কৰা, কৃষি ব্যৱস্থাৰ ব্যাপক উন্নয়ন আৰু উদ্যোগীকৰণৰ জৰিয়তে নতুন সংস্থাপনৰ পথ মুকলি কৰা, ঠিকাভিত্তিক শিক্ষকসহ...










