শিক্ষাৰ্থী সমাজৰ ব্যাপক প্ৰতিবাদ : দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিলে গুৱাহাটী আই আই টিৰ সঞ্চালকে
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত এগৰাকী ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি শিক্ষাৰ্থী সমাজে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে পদৰ পৰা পদত্যাগ কৰিছে...











