চিকিৎসক বদলিৰ নিৰ্দেশ স্থগিতকৰণৰ দায়িত্ব ল’ব লাগিব মন্ত্ৰী অতুল বৰাই – দাবী জীপাল কৃষক শ্ৰমিক সংঘৰ
এফালে বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত অভাৱ পৰ্যাপ্ত চিকিৎসক , চিকিৎসাকৰ্মীৰ ।আনফালে বান বিভীষিকাৰ সময়তে বদলি একমাত্ৰ প্ৰসূতি চিকিৎসকক৷বোকাখাতত...











