• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ নাগৰিকক জম্মু-কাশ্মীৰ, মণিপুৰ ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিলে আমেৰিকাই

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 25, 2024 2:56 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাই ইতিমধ্যে নিজৰ নাগৰিকসকলক নিৰাপত্তাজনিত কাৰণত ভাৰতৰ কেইবাটাও স্থানলৈ যাত্ৰা নকৰিবলৈ সকীয়াই দি আহিছে। এতিয়া সেই তালিকাত ভাৰতৰ আন কেইবাটাও অঞ্চলৰ নাম অন্তৰ্ভুক্ত হ’ল। ভাৰত ভ্ৰমণৰ ক্ষেত্ৰত নাগৰিকসকলৰ বাবে সংশোধিত ভ্ৰমণ পৰামৰ্শ জাৰি কৰিছে আমেৰিকাই। ইয়াত নাগৰিকসকলক ভাৰতৰ সেই স্থানসমূহলৈ যাতায়ত নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আমেৰিকাৰ এই নিৰ্দেশক লৈ ভাৰত স্বাভাৱিকতে অস্বস্তিত পৰিছে।

সংশোধিত ট্ৰেভেল এডভাইজাৰী অনুসৰি আমেৰিকাই নাগৰিকসকলক ভাৰতৰ মণিপুৰ, জম্মু-কাশ্মীৰ, ভাৰত-পাকিস্তান সীমান্ত আৰু দেশৰ মধ্য আৰু পূব অংশৰ কিছু অংশ, মূলতঃ য’ত নক্সালবাদী সক্ৰিয় হৈ থাকে, সেইবোৰ অঞ্চললৈ যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিছে। এই অঞ্চলসমূহলৈ যাতায়ত নকৰিবলৈ দেশখনৰ নাগৰিকসকলক পৰামৰ্শ দিয়া হৈছে।

লগতে পঢ়কঃ বাজেটত চৰম বৈষম্য! মোডীৰ নিটি আয়োগৰ বৈঠক বৰ্জন কৰিব এই চাৰিগৰাকী মুখ্যমন্ত্ৰীয়ে

Apply Now

উল্লেখ্য যে যোৱা কেইমাহমানৰ পৰা জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈ আছে। লগতে মণিপুৰো সুদীৰ্ঘ কেইবামাহো ধৰি উত্তপ্ত হৈ আছে। আমেৰিকাৰ গৃহ নিৰাপত্তা বিভাগৰ নিৰ্দেশনা অনুসৰি অপৰাধ আৰু সন্ত্ৰাসবাদৰ বাবে ভাৰতত সতৰ্কতা বৃদ্ধি কৰা হৈছে। সাধাৰণতে ভ্ৰমণৰ বিপদৰ ক্ষেত্ৰত ভাৰতক লেবেল ২ তালিকাত স্থান দিয়া হয়। অৱশ্যে জম্মু-কাশ্মীৰ, ভাৰত-পাক সীমান্ত, মণিপুৰ আৰু মধ্য আৰু পূব ভাৰতৰ কিছু অংশক লেভেল ৪ৰ তালিকাত স্থান দিয়া হৈছে।

নিৰ্দেশনাত লগতে উল্লেখ কৰা হৈছে যে ভাৰতত বৰ্ধিত অপৰাধৰ ভিতৰত ধৰ্ষণ অন্যতম। পৰ্যটনস্থলী আৰু অন্যান্য ঠাইত যৌন নিৰ্যাতনৰ অপৰাধ সংঘটিত হৈছে। লগতে সন্ত্ৰাসবাদীয়ে কোনো সতৰ্কবাণী নোহোৱাকৈ আক্ৰমণ কৰিব পাৰে। পৰ্যটনস্থলী, বজাৰ, শ্বপিং মল আৰু চৰকাৰী সা-সুবিধা থকা ঠাইবোৰক লক্ষ্য কৰি লৈছে।

আনহাতে, পূব মহাৰাষ্ট্ৰ আৰু উত্তৰ তেলেংগানাৰ পৰা পশ্চিমে পশ্চিমবংগলৈকে বিস্তৃত অঞ্চলসমূহলৈ যাতায়তৰ বাবে আমেৰিকা চৰকাৰৰ কৰ্মচাৰীসকলক বিশেষ অনুমতি ল’বলৈ কোৱা হৈছে। কাৰণ আমেৰিকাৰ উপদেষ্টাসকলৰ মতে ভাৰতৰ এই অঞ্চলসমূহত মাওবাদী বা নক্সালবাদী সক্ৰিয়। ইয়াৰ অন্তৰ্গত ৰাজ্যসমূহ হ’ল তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ আৰু ওড়িশাৰ সীমান্তৱৰ্তী ছত্তীশগড় আৰু ঝাৰখণ্ডৰ বিভিন্ন গ্ৰাম্য অঞ্চল।

লগতে পঢ়কঃক্ষুব্ধ মেছি; দুঘণ্টা পিছত বাতিল কৰা হ’ল গ’ল! অলিম্পিকত মৰক্কোৰ হাতত পৰাস্ত আৰ্জেণ্টিনা

আনহাতে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক লেভেল ৩ৰ তালিকাত স্থান দিয়া হৈছে। ইয়াৰ ভিতৰত আছে – অসম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মিজোৰাম, ছিকিম আৰু ত্ৰিপুৰা। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

September 17, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd