ধূলিসাৎ বিশ্বজয়ৰ স্বপ্ন: ১১’ৰ নহয়, আহমেদাবাদত ঘটিল ০৩’ৰ পুনৰাবৃত্তি
২০০৩ৰ ক্ৰিকেট বিশ্বকাপৰ ফাইনেল; স্থান জোহান্সবাৰ্গ। ফাইনেলত প্ৰতিদ্বন্দিতা হৈছিল ভাৰত-অষ্ট্ৰেলিয়াৰ। পণ্টিং, মাৰ্টিনৰ ধুমুহাত সেইবাৰ ধূলিসাৎ ঘটিছিল ভাৰতৰ বিশ্বজয়ৰ স্বপ্ন; আশাভঙ্গ...











