বিশিষ্ট লেখক-নিবন্ধকাৰ, বাঁওপন্থী আন্দোলনৰ নেতা অনন্ত কলিতাৰ অকাল বিয়োগত ডি ৱাই এফ আইৰ শোক প্ৰকাশ
বিশিষ্ট নিবন্ধকাৰ তথা লেখক, বাঁওপন্থী আন্দোলনৰ নেতা, নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক সভাপতি, চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিৰ প্ৰাক্তন সদস্য, ষ্টেট বেংক...











