গৃহযুদ্ধৰ দিশে পাকিস্তান! নিষিদ্ধ কৰা হ’ব ইমৰাণ খানৰ ৰাজনৈতিক দল পিটিআইক!
পাকিস্তানত নিষিদ্ধ কৰা হ’ব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ৰাজনৈতিক দল তেহৰিক-ই-ইনছাফ পাকিস্তান (পিটিআই)। খোদ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে এই...
পাকিস্তানত নিষিদ্ধ কৰা হ’ব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ৰাজনৈতিক দল তেহৰিক-ই-ইনছাফ পাকিস্তান (পিটিআই)। খোদ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে এই...
এফালে বিজেপিয়ে কোটি কোটি টকা খৰচ কৰি ২৪ ত নিজৰ ইমেজ অক্ষুণ্ণ ৰাখিবলৈ আৰম্ভ কৰিবলৈ ওলাইছে জন জাগৰণ সম্পৰ্ক অভিযান.......
মংগলবাৰে মুখ্যমন্ত্ৰীয়ে অ'ভাৰলেপিঙৰ সমস্যাৰ কথা অৱশেষত স্বীকাৰ কৰিলে কিন্তু ইয়াৰ কোনো সমাধান নিদিলে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল এইবাৰ ৫১,৩৯৭ গৰাকী প্ৰাৰ্থীক...
দৈনন্দিন কৰ্মব্যস্ততা, সন্তানৰ স্কুল, পঢ়াশুনা আদিৰ লগতে বিভিন্ন মানসিক আৰু শাৰীৰিক অৱসাদগ্ৰস্ততা, এয়াই হৈছে আধুনিক জীৱনযাত্ৰা। এনে অৱসাদগ্ৰস্ততাৰ মাজতো যৌনতাই...
মাতৃত্বপ্ৰয়াসী যুৱতীগৰাকী। প্ৰথম সন্তান জন্ম দিয়াৰ পাছতে এক অস্ত্ৰোপচাৰৰ জৰিয়তে জৰায়ু আঁতৰাই দিবলগীয়া গৈছিল। কিন্তু যুৱতী গৰাকীৰ আছিল পুনৰ সন্তান...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd