ইউক্ৰেইন যুদ্ধৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ ‘অপৰাধ’ত ২৫ বছৰৰ কাৰাদণ্ড ৰাছিয়াৰ মানৱ অধিকাৰ কৰ্মীক
ইউক্ৰেইনত ৰাছিয়াৰ সেনা অভিযানৰ বিৰুদ্ধে তেওঁ ইণ্টাৰনেটৰ জৰিয়তে অহৰহ প্ৰচাৰ চলাই আহিছিল। ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আক্ৰমণাত্মক আচৰণক সমালোচনা কৰিছিল। ৰাছিয়াৰ...











