৪ জানুৱাৰীত অসম গ্ৰন্থমেলা (গুৱাহাটী) প্ৰাংগনত “জলবায়ু পৰিৱৰ্তনৰ কল্পকাহিনী (ক্লাই-ফাই): সাহিত্যত গোলকীয় উষ্ণতাৰ প্ৰতিনিধিত্ব আৰু জলবায়ু পৰিৱৰ্তনৰ ভৱিষ্যতৰ কল্পনা” শীৰ্ষক পেনেল আলোচনাচক্ৰ
জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে সম্পৰ্কিত বিষয়বোৰে সম্প্ৰতি সমগ্ৰ বিশ্বৰ বিভিন্ন ক্ষেত্ৰবোৰত সৰ্বাধিক গুৰুত্ত্ব লাভ কৰাৰ লগে লগে...











