উন্নয়ন নহয়, ভজনহে গুৰুত্বপূৰ্ণ! সমষ্টি উন্নয়ন পুঁজিৰ ধন মন্দিৰৰ ভজন-কীৰ্তনত ব্যয় কৰিবলৈ নিৰ্দেশ বিজেপি সাংসদৰ
বিকাশৰ মন্ত্ৰ আওৰাই ২০১৪ চনত দেশৰ শাসনত অধিষ্ঠিত হৈছিল বিজেপি নেতৃত্বাধীন চৰকাৰৰ। একে শ্ল'গানেৰেই ২০১৯ চনত দ্বিতীয়বাৰৰ বাবে দিল্লীৰ মচনদ...











