আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ
উচ্চতম ন্যায়ালয়ে আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণৰ পুনৰ পৰীক্ষা কৰিবলৈ এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে। লগতে, কেন্দ্ৰীয় চৰকাৰৰ ২০২৫...











