আইটি খড়গপুৰত অসমৰ ছাত্ৰৰ মৃত্যু; ৰেগিঙৰ অভিযোগ পোৱাৰ পিছত কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিছিল? প্ৰশ্ন উচ্চ ন্যায়ালয়ৰ
এজন অভিযান্ত্ৰিক ছাত্ৰৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত আইআইটি খড়গপুৰ কৰ্তৃপক্ষৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে উচ্চ ন্যায়ালয়। ফেব্ৰুৱাৰীতেই ৰেগিঙৰ কথা জনোৱা হৈছিল।...











