লিডু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৫০ খন বিচনাযুক্ত চিকিৎসালয় কৰাৰ দাবীৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট
উত্তৰ পূবৰ সৰ্বপ্ৰথম ক্ষুদ্ৰ উদ্যোগিক চহৰ লিডুত অৱস্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ খন ৫০ খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰাকে ধৰি কেইবাটাও দাবীত...











