Latest News

Carlos Brathwaite

পিতৃ হ’ল ৱেষ্ট ইণ্ডিজৰ বিশ্বকাপৰ নায়ক কাৰ্লোছ ব্ৰেথৱেট; কলকাতাৰ ইডেন গাৰ্ডেনৰ সৈতে কি সম্পৰ্ক সদ্যোজাত সন্তানৰ!

ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ কাৰ্লোছ ব্ৰেথৱেট প্ৰথমবাৰৰ বাবে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিছে। মঙলবাৰে ইনষ্টাগ্ৰাম যোগে এই শুভবাৰ্ত্তা প্ৰকাশ কৰে ব্ৰেথৱেটে। আমোদজনকভাৱে...

Army Personnel Killed In Avalanche

হিমস্খলনত নিহত সাত সেনা জোৱানলৈ ৪ লাখ টকাৰ সাহাৰ্য্য অৰুণাচল চৰকাৰৰ

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে অৰুণাচল প্ৰদেশত হিমস্খলনৰ ফলত প্ৰাণ হেৰুওৱা সেনা জোৱানসকলৰ পৰিয়ালৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৪...

Road accident

গোলাঘাটত পথ দুৰ্ঘটনাত ফৰকাটিং মহাবিদ্যালয়ৰ অধ্যাপকৰ মৃত্যু

মঙলবাৰে নিশা এক পথ দুৰ্ঘটনাত গোলাঘাট জিলাৰ ফৰকাটিং মহাবিদ্যালয়ৰ এজন সহকাৰী অধ্যাপকৰ মৃত্যু হয়। চিনিগিজান দলঙৰ ওচৰত এখন ট্ৰাকৰ সৈতে...

White-Cheeked Macaque

অৰুণাচলত নতুন প্ৰজাতিৰ বগা মুখাৱয়বৰ মেকাক আৱিষ্কাৰ

মধ্য অৰুণাচল প্ৰদেশত নতুন প্ৰজাতিৰ বগা মুখাৱয়বৰ মেকাকৰ উপস্থিতি আৱিষ্কাৰ কৰিছে বিজ্ঞানীসকলে। এই সফলতাই ভাৰতৰ স্তন্যপায়ী প্ৰাণীৰ বাবে এক নতুন...

Garukhuti eviction

‘বাংলাদেশী নহয়’! গৰুখুঁটী উচ্ছেদত উচ্ছেদিত ২০৫১ টা পৰিয়ালক সংস্থাপন কৰা হ’ব দলগাঁৱত

অসম চৰকাৰে গৰুখুঁটী উচ্ছেদৰ উচ্ছেদিত পৰিয়াল সমূহৰ লগতে এতিয়াও গৰুখুঁটীৰ পৰা উচ্ছেদ কৰা হোৱা নাই তেওঁলোকক দলগাঁৱলৈ স্থানান্তৰ কৰাৰ লগতে...

Page 6191 of 15277 1 … 6,190 6,191 6,192 … 15,277

Recommended

Most Popular