হিমন্ত বিশ্ব শৰ্মাৰ ‘ঘৃণা বিয়পোৱা ভাষণ’ৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হয়। বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন...










