যোৱা ছবছৰত ৫০০০ৰো অধিক লোকৰ বিৰুদ্ধে ইডিৰ তদন্ত: দোষী সাব্যস্ত হোৱাৰ হাৰ ৯৪ শতাংশ বুলি সংসদত তথ্য প্ৰদান
দেশৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা বলবৎকাৰী সঞ্চালকালয় চমুকৈ ইডিৰ সক্ৰিয়তাক লৈ শেহতীয়াকৈ সংসদত এক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে।...











