• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গণ-আন্দোলনে হিংসাত্মক ৰূপ লোৱাৰ শংকা; সাজু থাকিবলৈ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তসকললৈ নিৰ্দেশ

আজি নাগৰিকত্ব বিধেয়ক গৃহীত হ'লে মণিপুৰৰ দৰে অসমতো ইণ্টাৰনেটসেৱা বন্ধ কৰা হ'ব নেকি?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 13, 2019 9:01 am
Sonowal Where is APSC reformation? Congress asks Assam CM Sonowal

সৰ্বানন্দ সোণোৱাল। ফাইল ছবি।

4.3k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’লে ৰাজ্যত চলি থকা বিধেয়ক বিৰোধী গণ-আন্দোলনে উগ্ৰ আৰু হিংসাত্মক ৰূপ লোৱাৰ শংকাত ভুগিছে ৰাজ্যৰ গৃহ বিভাগ। পৰিস্থিতি চম্ভালিব পৰাকৈ সাজু থাকিবলৈ জিলাসমূহৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তসকললৈ দিচপুৰৰ পৰা দিয়া নিৰ্দেশত এই শংকা প্ৰকাশ হৈছে।

জানিব পৰামতে, ১২ ফেব্ৰুৱাৰিত বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰা হ’ব বুলি নিশ্চিত হোৱাৰ পিছতে ৰাজ্যৰ গৃহ বিভাগে এই নিৰ্দেশ দিয়ে। অৱশ্যে ১২ ফেব্ৰুৱাৰিত হুলস্থূল আৰু প্ৰতিবাদৰ মাজত ৰাজ্যসভাৰ কামকাজ আধাতে সামৰিব লগীয়া হোৱাত নাগৰিকত্ব বিধেয়কখন উত্থাপন সম্ভৱ নহ’ল।

ৰাজ্যসভাৰ আজিৰ (১৩ ফেব্ৰুৱাৰি) কাৰ্য্যক্ৰমণিকাত পুনৰ বিতৰ্কিত বিধেয়কখন উত্থাপনৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছে। এই পৰিপ্ৰেক্ষিতত যদি বিৰোধীৰ প্ৰতিৰোধ নেওচি কেনেবাকৈ বিধেয়কখন গৃহীত হয়, ৰাজ্যৰ উমি উমি জ্বলি থকা পৰিস্থিতিটো হঠাতে অগ্নি স্ফূলিংগত পৰিণত হ’ব পাৰে। গতিকে তেনে পৰিস্থিতি চম্ভালিবলৈ সাজু থাকিবলৈ আৰক্ষী প্ৰশাসনক গৃহ বিভাগৰ নিৰ্দেশ।

মণিপুৰত নাগৰিকত্ব বিধেয়ক বিৰোধী আন্দোলনৰ জংগী ৰূপৰ আশংকা কৰি বিধেয়ক ৰাজ্যসভাত উত্থাপনৰ বাবে অন্তৰ্ভুক্ত হোৱাৰ লগে লগে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।

বিধেয়কখনৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা দল-সংগঠন, ৰাইজে সৰ্বাত্মক আন্দোলন কৰি থকা অসমতো তেনে পৰিস্থিতি হোৱাৰ শংকা অমূলক নহয়।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd