• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি গুৱাহাটীত মা-কামাখ্যাৰ আশীর্বাদ ল’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 27, 2020 2:48 pm
Amit-Shah-2-1140x570

দেওবাৰে কামাখ্যা মন্দিৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ফটো: টুইটাৰ।

241
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে গুৱাহাচীৰ কামাখ্যা মন্দিৰত পূজা আগবঢ়ায়।

শ্বাহে আমিনগাঁৱৰ লোক নিৰ্মাম বিভাগৰ পৰিদৰ্শন বঙলাৰ পৰা প্ৰায় ১০ বজাত নীলাচল পাহাৰৰ ওপৰত অৱস্থিত কামাখ্যা মন্দিৰত উপস্থিত হয়।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বাহক সংগ দিয়ে।

গৃহমন্ত্ৰীগৰাকীয়ে মন্দিৰৰ গৰ্ভগৃহত তিনিজন পুৰোহিতৰ সৈতে প্ৰৱেশ কৰে। মুখ্যমন্ত্ৰী সোণোৱাল আৰু বিত্তমন্ত্ৰী শৰ্মাই গেটৰ সন্মুখত অপেক্ষা কৰি ৰয়।

অমিত শ্বাহে মন্দিৰ পৰিক্ৰমাও সম্পন্ন কৰে।

উল্লেখ্য যে গৃহমন্ত্ৰী শ্বাহে  তিনিদিনীয়া উত্তৰ-পূব ভ্ৰমণৰ কাৰ্যসূচী লৈ শনিবাৰে পুৱা গুৱাহাটীত উপস্থিত হৈছিল।

Took blessings at Maa Kamakhya Devi temple and prayed for the wellbeing and prosperity of our citizens.

ঐতিহ্যমণ্ডিত কামাখ্যা মন্দিৰত মা কামাখ্যাৰ শ্ৰীচৰণত সেৱা জনাই সকলোৰে কল্যাণৰ বাবে প্ৰাৰ্থনা জনালোঁ। pic.twitter.com/Hl0cE3SXu2

— Amit Shah (@AmitShah) December 27, 2020

গৃহমন্ত্ৰীগৰাকীয়ে শনিবাৰে মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে।

দেওবাৰে বিয়লিৰ ভাগত অমিত শ্বাহে চূড়াচান্দপুৰত এখন মেডিকেল কলেজকে ধৰি মণিপুৰত সাতটাকৈ ডাঙৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

তেওঁ লগতে থউবল বান্ধ উদ্বোধন কৰাৰ লগতে বিষ্ণুপুৰ-টুপুল-থউবল-কাছম খুলেন পথটোও ৰাইজৰ বাবে মুকলি কৰিব।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd