• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘হনি’ খুৱাই পুৰুষক জালত পেলোৱা চক্ৰক ‘ভোট জলকীয়াৰে’ ধৰিলে নগাঁও আৰক্ষীয়ে! ঘটনাটো কি?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2021 3:19 pm
EqvIh8OUUAAemDb
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হানি ট্ৰেপিং এতিয়া প্ৰায়ে শুনিবলৈ পোৱা খবৰ হৈ পৰিছে।

সুন্দৰী মহিলা-যুৱতীক ব্যৱহাৰ কৰি পুৰুষক জালত পেলাই ধন দাবী কৰা চক্ৰৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে বহু সময়ত সফলতা অৰ্জন কৰি আহিছে।

Apply Now

শেহতীয়াকৈ নগাঁও আৰক্ষীয়ে হানি ট্ৰেপিং চক্ৰৰ বিৰুদ্ধে অভিযান চলাই চাৰি জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ধৃত লোক কেইগৰাকীৰ ভিতৰত এগৰাকী মহিলাও আছে।

জানিব পৰা মতে চক্ৰটোৱে হানি ট্ৰেপিঙৰ জৰিয়তে এজন লোকক ব্লেকমেইলিং কৰি ১০ লাখ টকা দাবী কৰিছিল।

এই বিষয়ে আৰক্ষী অৱগত হোৱাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই চক্ৰটোক জালত পেলাবলৈ সক্ষম হয়।

ইমানলৈকে এয়া এটা সচৰাচৰ ঘটি থকা ঘটনা সমূহৰ মাজৰে এটা বুলি বহুতে ভাবিছিল যদিও চক্ৰটোক জালত পেলোৱাৰ পিছত নগাঁও আৰক্ষীয়ে কৰা টুইটটোহে বহুতৰে বাবে ব্যতিক্ৰমী টুইট হিচাবে বিবেচিত হৈছে।

This gang used HONEY for TRAPPING victim and demanded 10 lakhs.
Team Nagaon used BHOOT JALAKIYA for TRAPPING the gang and send them for Honey "Sun and Moon" at Jail. @assampolice @gpsinghassam @lrbishnoiassam @SNSinghIPS @HardiSpeaks pic.twitter.com/66TvswPqpS

— Nagaon Police (@nagaonpolice) January 2, 2021

টুইটটোত নগাঁও আৰক্ষীয়ে হাস্যৰসৰ বুৰবুৰনি তুলিবলৈ সক্ষম হোৱাৰ লগতে কঠোৰ আৰক্ষীৰ হৃদয়তো যে এনে ধৰণৰ হাস্যৰস সৃষ্টিকাৰী ভাৱৰ উদ্ৰেক ঘটাব  পাৰে  তাৰেই প্ৰমাণ দাঙি ধৰিছে।

টুইটত নগাঁও আৰক্ষীয়ে এই বুলি কৈছে যে হনি অৰ্থাৎ মৌ ব্যৱহাৰ কৰি চক্ৰটোৱে ঘটনাৰ বলি হোৱা লোকজনক জালত পেলাইছিল আৰু ১০ লাখ টকা দাবী কৰিছিল।

নগাঁও আৰক্ষীয়ে হনি ব্যৱহাৰ কৰা চক্ৰটোক ভোট জলকীয়াৰে পৰাভূত কৰি ওলোটাই জালত পেলায় আৰু লোক কেইজনক হনি খাবলৈ জে’ললৈ প্ৰেৰণ কৰে।

আৰক্ষীৰ এনে ৰসাল টুইট পঢ়ি এতিয়া আমোদৰ খোৰাক পাইছে নেটিজেনসকলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd