DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হোটেল ৰাজকমল আৰু ফাঁচি বজাৰৰ দাঁতিকাষৰীয়া অঞ্চলক কনটেইনমেণ্ট জ’ন ঘোষণা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 12, 2020 7:21 pm
387
VIEWS
Share on FacebookShare on Twitter

১১ মে’ অৰ্থাৎ সোমবাৰে গুৱাহাটীৰ ফাঁচী বজাৰৰ ব্যৱসায়ী মুংৰু চাহানীৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতে আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনে হোটেল ৰাজকমল আৰু ফাঁচি দাঁতিকাষৰীয়া অঞ্চলক কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে।

আজি মহানগৰ জিলা প্ৰশাসনে এক নিৰ্দেশনাৱলীৰ জৰিয়তে এই কথা ঘোষণা কৰে।

জিলা প্ৰশাসনে জাৰি কৰা কন্টেইনমেন্ট জ’নৰ নিৰ্দেশনাৱলী অনুসৰি পূবে এছ আৰ চি বি ৰোড ,পশ্চিমে এম এছ ৰোড, উত্তৰে এম জি ৰোড আৰু দক্ষিণে তৰুণ ৰাম ফুকন ৰোডলৈ ছীল কৰা হৈছে অঞ্চলটো।

প্ৰশাসনৰ পৰৱৰ্তী নিৰ্দেশনা নোপোৱা পৰ্যন্ত কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা উক্ত অঞ্চল সমূহত কোনো ব্যক্তি বাহিৰত ওলোৱা আৰু সোমোৱা কৰিব নোৱাৰিব।

প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাৱলীত স্পষ্টকে উল্লেখ আছে যে যদি কোনো লোকে এই নিয়ম ভংগ কৰে তেন্তে সেই লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে সোমবাৰে গুৱাহাটী মহানগৰীৰ ফাঁচি বজাৰৰ ব্যৱসায়ী মুংৰু চাহানী( ৫০) আৰু জাগীৰোডৰ অমৰজ্যোতি ডেকা ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল।

Recent News

Swara Bhasker

অভিনেত্ৰী স্বাৰা ভাস্কৰলৈ মৃত্যুৰ ভাবুকি: সাভাৰকাৰক অপমান নকৰিবলৈ সকীয়নি

Bumrah selected as test captain

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টৰ পৰা বাহিৰ ৰোহিত শৰ্মা: বুমৰাহৰ কান্ধত অধিনায়কৰ দায়িত্ব

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd