DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

১৫০ টকাতে বিয়া পাতিলে এহাল তাৰকা দম্পত্তিয়ে, বিয়াৰ বাবে থোৱা পইচা দান কৰিব ক’ভিড আক্ৰান্তক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2021 4:46 pm
518
VIEWS
Share on FacebookShare on Twitter

বিয়াৰ বাবে জমা ৰখা টকা কৰোণা আক্ৰান্ত ৰোগীসকলক প্ৰদান কৰিবলৈ ৰাখি মাত্ৰ ১৫০ টকাতে বিবাহ সম্পন্ন কৰিলে এহাল তাৰকা দম্পত্তিয়ে।

ইয়াৰ পাছতে তাৰকা দম্পত্তিহাল প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে।

তাৰকা দুগৰাকী হৈছে জনপ্ৰিয় টিভি তাৰকা তথা মডেল ভিৰাফ পেটেল আৰু অভিনেত্ৰী ছালনী খান্না।

 

View this post on Instagram

 

A post shared by Viraf Patell (@virafpp)

২০১৮ চনত তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে।

২০২০ চনত দুয়ো বিয়াত বহিবলৈ সিদ্ধান্ত লোৱাৰ সময়তে কৰোণাৰ প্ৰথম ঢৌ আৰু লকডাউনৰ বাবে বাতিল কৰা হয় বিবাহ।

চলিত বৰ্ষতে যিকোনো প্ৰকাৰে বিয়াত বহাৰ সিদ্ধান্ত লয় দুয়ো।

ইয়াৰ মাজতে এপ্ৰিল মাহত তেওঁলোকৰ পৰিয়ালৰ লোকো ক’ভিডত আক্ৰান্ত হয়।

যেতিয়া পৰিয়ালৰ লোকসকল আৰোগ্য লাভ কৰে, ভিডিঅ’ কলযোগে দুয়োটা পৰিয়ালে বিয়াৰ বিষয়ে আলোচনা কৰে।

লগে লগে বিয়াৰ আয়োজন চলিল।

যিহেতু ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৰ বাবে বিবাহ অনুষ্ঠানসমূহ স্তিমিতভাৱে পালিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে, সেয়ে অনাড়ম্বৰভাৱেই বিয়াত বহে দুই তাৰকা।

মাত্ৰ ১৫০ টকাতে তেওঁলোকে বিবাহ সম্পন্ন কৰে।

বিয়াৰ বাবে সাঁচি থোৱা টকাসমূহ স্বেচ্ছাসেৱী সংগঠনসমূহৰ স’তে যোগাযোগ কৰি কৰোণা আক্ৰান্ত ৰোগীসকললৈ প্ৰদান কৰিব বুলি তেওঁলোকে জনায়।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd