• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আপোনাৰ টকা ভুলতে আনৰ একাউণ্টত সোমালে এনেদৰে ওভতাই পাব পাৰিব

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 15, 2019 6:30 pm

2 min read

Unlimited free: Mobal to take on Jio

প্ৰতিনিধিত্বমূলক ছবি

41.6k
VIEWS
Share on FacebookShare on Twitter

তথ্য প্ৰযুক্তিৰ এই দ্ৰুত সম্প্ৰসাৰণৰ যুগত আমাৰ দৈনদিন জীৱনত ইণ্টাৰনেট বেংকিঙৰ প্ৰয়োজনীয়তাৰ কথা নিশ্চয় কাকো বুজাই কোৱাৰ প্ৰয়োজন নাই।

আজিৰ দিনত টকা-পইছা লেনদেনৰ ক্ষেত্ৰত বেংকৰ দীঘলিয়া শাৰীত ৰৈ থকাৰ প্ৰয়োজন নাই। মুহূৰ্তৰ ভিতৰতে হাতত থকা মোবাইলৰ জৰিয়তে কোনো ব্যক্তিলৈ টকা-পইছা পঠাব পাৰি।

অৱশ্যে এনে ধৰণৰ লেনদেনৰ সময়ত আমাৰ সকলোৰে মনত এটা ভয় থাকে – ভুলতে যদি দিবলগীয়া ব্যক্তিজনৰ ঠাইত বেলেগৰ একাউণ্টলৈ টকাখিনি ট্ৰেন্সফাৰ কৰা হয়! কি হ’ব তেতিয়া?

চিন্তা নকৰিব অসাৱধানবশত হোৱা এনেধৰণৰ ‘ভুল’ কেছ ট্ৰেঞ্জেকশ্যনৰো সমিধান আছে। আপুনি যদি কেতিয়াবা এনে পৰিস্থিত পৰে তেন্তে তলত দিয়া উপায় কেইটা অৱলম্বন কৰক :

১ নং পদক্ষেপ

আপোনাৰ বেংকক জনাওক

আপোনাৰ ফালৰ পৰা ভুল ট্ৰেঞ্জেকশ্যন হোৱা বুলি গম পোৱা মাত্ৰকে ফোন বা মেইল কৰি বেংকক জনাওক। যদি তেতিয়াও কামত নাহে, বেংকৰ মেনেজাৰৰ সৈতে কথা পাতক।

বেংকক আবেদন কৰোতে লেনদেনৰ তাৰিখ, সময়, আপোনাৰ একাউণ্ট নম্বৰ আৰু আপুনি ভুলতে টকা ট্ৰেন্সফাৰ কৰা একাউণ্টোৰ নম্বৰ দিবলৈ নাপাহৰিব।

ইয়াৰ উপৰি আপুনি যে ৰিফাণ্ড বিচাৰিছে সেই কথা আবেদনত উল্লেখ থকা দৰকাৰ। তেতিয়া ভুলতে টকা সোমোৱা একাউণ্টোৰ গৰাকীজনক টকাখিনি ওভতাই দিবলৈ ক’বলৈ বেংকৰ সুবিধা হয়।

এইক্ষেত্ৰত ভুল লেনদেনটোৰ স্ক্ৰিনশ্বটে আপোনাৰ আবেদনক অধিক বিশ্বাসযোগ্য কৰি তোলে।

২ নং পদক্ষেপ

আইনী ব্যৱস্থা

যদিহে ভুলতে টকা সোমোৱা ব্যক্তিজনে টকাখিনি আপোনাক ঘূৰাই দিবলৈ অমান্তি হয় তেতিয়া আপুনি আদালতৰ দ্বাৰস্থ হ’ব পাৰে।

উক্ত একাউণ্টোৰ গৰাকীজনৰ বিৰুদ্ধে গোচৰ তৰিবলৈ আপুনি আপোনাৰ বেংকক অনুৰোধ জনাব পাৰে। ৰিজাৰ্ভ বেংকৰ নিয়মাৱলী অনুসৰি ভুক্তভোগী গৰাকীলৈ ৰিফাণ্ডৰ ব্যৱস্থা কৰাটো নিৰ্দিষ্ট বেংকটোৰ দায়িত্ব।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd