• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ATM কাৰ্ড অবিহনে ATM মেচিনৰ পৰা কেনেকৈ উলিয়াব টকা? -চাওক সম্পূৰ্ণ ঢাপসমূহ

আমূল পৰিৱৰ্তনেৰে SBI-এ সকলো ATM কাৰ্ড বন্ধ কৰিবলৈ আগবঢ়া সময়ত জানিব লগীয়া কেইটামান গুৰুত্বপূৰ্ণ তথ্য

পিয়ূষ ৰঞ্জন বৰদলৈ by পিয়ূষ ৰঞ্জন বৰদলৈ
August 21, 2019 12:43 pm
atm-

প্ৰতিনিধিত্বমূলক চিত্ৰ

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপুনি ইতিমধ্যেই গম পাইছে যে দেশৰ আটাইতকৈ ডাঙৰ বেংক সংস্থান SBI (এচ বি আই) য়ে আহিব লগীয়া কিছু বছৰৰ ভিতৰত সকলো গ্ৰহকৰ ATM (ডেবিট) কাৰ্ড সমূহ সম্পূৰ্ণ ৰুপে অচল কৰি পেলাব। কিয়নো ডেবিট কাৰ্ডমুক্ত ভাৰত গঢ়াৰ পথত আগবাঢ়িছে ষ্টেট বেংক অৱ ইণ্ডিয়া।

ভাৰতৰ সৰ্ববৃহৎ বেংকটোৰ সঞ্চালক ৰজনীশ কুমাৰে সোমবাৰে এই কথা নিশ্চিত কৰিছে।

Apply Now

এচ বি আইৰ এই পদক্ষেপে প্লাষ্টিক কাৰ্ড-নিৰ্ভৰ দেশৰ বৃহৎ সংখ্যক লোকৰ ওপৰত প্ৰভাৱ পেলোৱাটো খাটাং। কাৰণ, ভাৰতৰ মুঠ জনসংখ্যাৰ এক পঞ্চমাংশই এচ বি আইৰ গ্ৰাহক।

লগতে পঢ়ক : বন্ধ হ’ব ডেবিট কাৰ্ড; দেশজুৰি আমূল পৰিৱৰ্তনৰ দিশে ধন লেনদেন ব্যৱস্থা

কুমাৰে সদৰী কৰা মতে, দেশত ডিজিটেল লেনদেনৰ প্ৰসাৰৰ বাবে এচ বি আয়ে কাম কৰাৰ সিদ্ধান্ত লৈছে আৰু সেয়ে ডেবিট কাৰ্ডসমূহ নোহোৱা কৰিব খোজা হৈছে।

এতিয়া জনসাধাৰণৰ মাজত এটাই মাথো প্ৰশ্ন উদয় হৈছে যে ডেবিট কাৰ্ডৰ বিকল্প কি হ’ব? ক’ত কেনেদৰে ধন উলিয়াব পাৰিব গ্ৰহকসকলে ?

কুমাৰে জনোৱা মতে, ইতিমধ্যে থকা এচ বি আই “YoNo – You Only Need One” প্লেটফৰ্মক এইক্ষেত্ৰত ব্যৱহাৰ কৰা হ’ব। এ টি এম মেচিনসমূহত কাৰ্ডৰ সলনি য়ন’ ব্যৱহাৰ কৰি গ্ৰাহকে ধন উলিয়াব পাৰিব।

ইয়াৰ উপৰি, যিকোনো ধৰণৰ অনলাইন/ নগদহীন লেনদেনটো কাৰ্ডৰ সলনি এই য়ন’ প্লেটফৰ্মেই ব্যৱহৃত হ’ব।

ডেবিট কাৰ্ড অবিহনে কেনেকৈ টকা উলিয়াব পাৰিব

ঢাপ ১ –

ডেবিট কাৰ্ড অবিহনে ধন উলিয়াবলৈ হ’লে আপোনাক প্ৰয়োজন হ’ব YONO Appৰ । আপুনি Play Storeৰ পৰা ইয়াক ডাউনলোড কৰিব পাৰে। YONO App খোলাৰ পিছত আপোনাৰ নিৰ্ধাৰিত পাছৱৰ্ডেৰে APP টোৰ ভিতৰত প্ৰবেশ কৰক।

ঢাপ ২ –

APP টোৰ তলৰ ফালে আহিলে YONO Cash নামৰ এটা বিকল্প দেখিবলৈ পাব। ইয়াত ক্লিক কৰক।

ঢাপ ৩ –

YONO Cashৰ ভিতৰত আকৌ ৩ টা বিকল্প দেখিবলৈ পাব। ইয়াত এটা ATM বিকল্প আছে, ইয়াত ক্লিক কৰক।

ঢাপ ৪ –

এতিয়া আপুনি গ্ৰাজ্য কৰিব খোজা ধনৰাশি নিৰ্বাচন কৰক।

ঢাপ ৫ –

ধন গ্ৰাজ্য কৰিবলৈ হ’লে আপুনি এটা বিশেষ সংখ্যা নিৰ্বাচন কৰিব লাগিব আৰু উক্ত সংখ্যাটো ATM মেছিনত উপস্থাপন কৰিব লাগিব।

এনেদৰেই ডেবিট কাৰ্ড অবিহনে টকা উলিয়াব পাৰিব আপুনি।

এচ বি আয়ে ইতিমধ্যে সমগ্ৰ ভাৰতজুৰি ৬৮,০০০টা “য়ন’ কেশ্ব পইণ্ট” স্থাপন কৰিছে, আৰু পৰৱৰ্তী ১৮ মাহত এই সংখ্যা ১ মিলিয়নলৈ বৃদ্ধি কৰা হ’ব।

ভাৰতত বৰ্তমান প্ৰায় ৯০ কোটি ডেবিট কাৰ্ড আছে। তাৰ বিপৰীতে ক্ৰেদিট কাৰ্ডৰ সংখ্যা হৈছে ৩ কোটি।

সৰ্ববৃহৎ বেংকটোৰ এই পদক্ষেপে ধন লেনদেনৰ সমগ্ৰ ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তন সধাটো নিশ্চিত। আৰু ফলত বাকী বেংকসমূহেও অতি শীঘ্ৰে এই পথেই গ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে।

পিয়ূষ ৰঞ্জন বৰদলৈ

পিয়ূষ ৰঞ্জন বৰদলৈ

Piyush Ranjan is a SEO Expert and a Writer.

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd