• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাছাৰ আৰু নগাওঁ কাগজকল পুনৰুজ্জীৱিতকৰণৰ দাবীত ২২ নৱেম্বৰত বৰাক বন্ধৰ আহ্বান

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
October 24, 2018 7:23 am
PapaerMill Action Committee

এইচ্ছ পি চি পেপাৰ মিলছ ৰিভাইভেল একশ্যন কমিটীৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাছাৰ কাগজ কল আৰু নগাওঁ কাগজ কলক পুনৰুজ্জীৱিত কৰি তুলিবলৈ বাৰম্বাৰ অনুৰোধ, দাবী-প্ৰতিবাদ ইত্যাদিয়েও গা লৰাব পৰা নাই কেন্দ্ৰীয় চৰকাৰৰ। ফলত অন্ধকাৰ ভৱিষ্যতৰ পিনে ঠেলি দিয়া শ শ কৰ্মচাৰীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এইচ্ছ পি চি পেপাৰ মিলছ ৰিভাইভেল একশ্যন কমিটীয়ে আন্দোলনৰ পথ ল’বলৈ বাধ্য হৈছে। কমিটীয়ে যোৱা ২৬ ছেপ্টেম্বৰত ৬ নং আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে যদিও তাৰ পিছতো কোনো সঁহাৰি নাপালে কেন্দ্ৰীয় চৰকাৰৰ পৰা।

এই কাৰণতে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ দাবীত পুনৰ আন্দোলনৰ পথ ল’বলৈ বাধ্য হৈছে একশ্যন কমিটী।

Apply Now

২৬টাতকৈও অধিক সংগঠনৰ দ্বাৰা গঠিত একশ্যন কমিটীয়ে ২৩ অক্টোবৰত এখন সংবাদ মেলত জনোৱামতে, তেওঁলোকে অহা ২২ নৱেম্বৰত এই দাবীত বৰাক উপত্যকা বন্ধৰ আহ্বান জনাব।

একশ্যন কমিটীৰ মুখ্য আহ্বায়ক মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে কয় যে উক্ত দিনা বৰাক বন্ধৰ লগতে ৰে’ল ৰোকো কাৰ্য্যসূচী ল’ব।

চক্ৰৱৰ্তীয়ে কয়, “যোৱা ৩ অক্টোবৰত মধ্য প্ৰদেশত থকা নেপা পেপাৰ মিল পুনৰুজ্জীৱিত কৰাৰ বাবে কেন্দ্ৰই ৪৬৯ কোটি টকাৰ পেকেইজত অনুমোদন দিছে। কিন্তু অসমত আমাৰ সমস্যা সমাধানৰ বাবে না ৰাজ্য চৰকাৰ না কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিছে। কেন্দ্ৰীয় চৰকাৰৰ এই বৈষম্যমূলক আচৰণ আৰু অসম চৰকাৰৰ নিস্পৃহতাই আমাক পুনৰ আন্দোলনৰ পথ ল’বলৈ বাধ্য কৰিলে।”

তেওঁ লগতে কয়, “আমি আমাৰ আগন্তুক প্ৰতিবাদী কাৰ্য্যসূচী সন্দৰ্ভত বৰাকৰ তিনিওখন জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ উপায়ুক্তকেইজনক লিখিতভাৱে জনাইছো।”

 উল্লেখযোগ্য যে ২০১৭ চনৰ ১৩ মাৰ্চৰ পৰা নগাওঁ কাগজকলৰ উৎপাদন বন্ধ হৈ থকাৰ বিপৰীতে ২০১৫ চনৰ অক্টোবৰৰ পৰা কাছাৰ কাগজকল বন্ধ হৈ আছে। ফলত ইয়াত কৰ্মৰত শ শ কৰ্মচাৰীৰ পৰিয়ালত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কেইবাবাৰো প্ৰতিশ্ৰুতি দিও কাগজকল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে কোনো কাৰ্য্যকৰী ব্যৱস্থা লোৱা নাই।

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd