DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বন্ধ, প্ৰতিবাদৰ মাজতে কাইলৈৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 11, 2019 12:06 pm
Assam HSLC exam: SEBA declares dates for form submission

প্ৰতীকী ফাইল ফটো।

1.2k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনত বিধেয়ক বিৰোধী প্ৰতিবাদ চলি থকাৰ লগতে জনজাতিকৰণৰ বিষয়কলৈ কেইবাটাও সংগঠনে বন্ধ-প্ৰতিবাদ অব্যাহত ৰাখিছে। ইয়াৰ মাজতে কাইলৈৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা। অহা ১৪ মাৰ্চলৈকে পৰীক্ষাসমূহ চলিব।

এইবাৰ ৰাজ্যখনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সৰ্বমুঠ ২,৪২,৮৪৩ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। ৰাজ্যত মুঠতে ৭৮০ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ কলা শাখাত ১,৮৬,২৯১গৰাকী, বিজ্ঞান শাখাত ৩৭,৪৫৫গৰাকী আৰু বাণিজ্য শাখাত ১৮,২৯১গৰাকীৰ লগতে বৃত্তিগত শাখাত ৯১০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব।

আনহাতে, অহা ১৪ ফেব্ৰুৱাৰিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব। ৰাজ্যখনৰ মুঠ ৮৫৭ টা কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাত সৰ্বমুঠ ৩,৫২,১৪৩গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব।

অসম মাধ্যমিক শিক্ষা পৰিষদে এইবাৰ পৰীক্ষাত দৃষ্টিহীন পৰীক্ষাৰ্থীসকলৰ বাবে ব্ৰেইলী পদ্ধতিৰ বিজ্ঞানৰ প্ৰশ্নকাকত আগবঢ়াব। তদুপৰি, বিশেষভাৱে সক্ষমসকলে অতিৰিক্ত এঘন্টা সময় লাভ কৰিব।

আনহাতে, পৰীক্ষা চলি থকা সময়ছোৱাত শিক্ষাৰ্থীৰ স্বাৰ্থত অসম বন্ধৰ আহ্বান নিদিবলৈ সংশ্লিষ্ট সকলো দল-সংগঠনলৈ মাধ্যমিক শিক্ষা পৰিষদে এক প্ৰেছ বিবৃতিযোগে আহ্বান জনাইছে।

Recent News

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd