• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৪৬টা সংগঠনৰ অসম বন্ধৰ আহ্বানলৈ কেইবাটাও কাৰ্বি সংগঠনৰ সমৰ্থন

নংগি তেৰাং by নংগি তেৰাং
October 22, 2018 9:30 pm
HSDC press conference
383
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলঙৰ বাওঁ ভাৱধাৰাৰ সংগঠন—পাৰ্বত্য ৰাজ্য দাবী সমিতি (Hill State Demand Committee  চমুকৈ HSDC) ইয়াৰ শাখা কাৰ্বি ছাত্ৰ সন্থা আৰু সহযোগী সন্থাসমূহে  ৪৬ সংগঠনে  কালিলৈ ২৩ অক্টোবৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিপক্ষে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ দাবীলৈ সমৰ্থন জনাইছে।

ডিফুৰ কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলখনত পাৰ্বত্য ৰাজ্য দাবী সমিতিৰ সাধাৰণ সম্পাদক লাইচেন ইংলেঙে কৈছে, ‘‘পাৰ্বত্য ৰাজ্য দাবী সমিতি আৰু কাৰ্বি ছাত্ৰ সন্থাৰ সহযোগী সংগঠনসমূহে ৩ অক্টোবৰৰ ১২ ঘ্টীয়া অসম বন্ধলৈ সমৰ্থন জনাইছে। নিজৰ দেশৰ নাগৰিকক জীৱিকাৰ উপায় আৰু নিৰাপত্তা দিব নোৱাৰা বিজেপি নেতৃত্বাধীন চৰকাৰে কেনেদৰে অন্য দেশৰ নাগৰিকক নাগৰিকত্ব প্ৰদান কৰিব পাৰিব? কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন আইনত পৰিণত কৰিব বিচৰা এই পদক্ষেপৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ।

কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছিমিয়ন ৰংফাৰে কৈছে, ‘‘যদিহে হিন্দু বাংলাদেশীক নাগৰিকত্ব পৰদান কৰা হয় সিয়ে অসমৰ গণ-গাঁথনিত পৰিৱৰ্তন হ’ব  আৰু জনগোষ্ঠীসমূহৰ ওপৰত কুপ্ৰভাৱ পৰিব। উল্লেখ্য যে পাৰ্বত্য ৰাজ্য দাবী সমিতিৰ বিত্ত সচিব খৰছিং ছিংনাৰকে আন বহুতো লোক এই সংবাদমেলত উপস্থিত আছিল।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd