• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম ৰাইফলছৰ অভিযানত কাছাৰত পৰিত্যক্ত ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ সজীব গুলী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 12, 2019 6:03 pm

1 min read

Assam Rifles

কাছাৰত উদ্ধাৰ হোৱা সজীব গুলীৰ সৈতে অসম ৰাইফলছৰ অভিযানকাৰী দলটো। ফটো সৌজন্য-অমসীয়া প্ৰতিদিন(ডিজিটেল)

869
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় চোৰাংচোৱা বাহিনীৰ তথ্য অনুসৰি অসম ৰাইফলছৰ এ এল এফ এ চি অ’ ৱাই-৩৭ নং বেটেলিয়ানে বুধবাৰে কাছাৰৰ চইছেলপুঞ্জীৰ পৰা অভিযান চলাই বৃহৎ পৰিমাণৰ সজীব গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অসম ৰাইফলছৰ এ এল এফ এ চি অ’ ৱাই-৩৭ নং বেটেলিয়ানৰ মেজৰ পাৰবিনৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৱে কাছাৰৰ জিৰিঘাট থানাৰ অন্তৰ্গত চাইছেলপুঞ্জীৰ এটা পৰিত্যাক্ত ঘৰৰ পৰা সজীব গুলীখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অভিযানকাৰী দলটোৱে উল্লেখ কৰা অনুসৰি কোনো উগ্ৰপন্থী সংগঠনে গুলীসমূহ এনেদৰে ঘৰটোৰ ভিতৰত লুকুৱাই ৰখাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

উদ্ধাৰ হোৱা মুঠ ৫১৮ টা গুলীসমূহৰ ভিতৰত ৯.৯৬ এম এম বন্দুকৰ ৪৬৩ টা গুলী, ৫.৫৬ এম এম ৰাইফলৰ ৫৫ টা গুলী বুলি সেনাবাহিনীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, কাছাৰৰ বিভিন্ন অঞ্চলত বিগত কিছুদিনৰ পৰা উগ্ৰপন্থী সংগঠনৰ দ্বাৰা সংঘটিত উগ্ৰবাদমূলক কাৰ্য্যকলাপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কিছুদিন পুৰ্বে এইচ পি চি (পি)ৰ এজন উগ্ৰপন্থীক অসম আৰক্ষী আৰু অসম ৰাইফলছৰ যুতীয়া অভিযানত আটক কৰা হৈছিল।

কাছাৰত পৰিত্যাক্ত ঘৰটোত বৃহৎ পৰিমানৰ সজীৱ গুলী উদ্ধাৰ হোৱাৰ পাছত অঞ্চলটোৰ স্থানীয় ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হয়।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd