• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ

NE NOW NEWS য়াচিন আলী
বঙাইগাঁও , June 4, 2020 6:09 pm

1 min read

বঙাইগাঁৱত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ

জব্দ হোৱা সুৰাভৰ্তি ট্ৰাকখন

256
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশৰ লগতে অসমতো ক’ৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণ অব্যাহত থকাৰ সময়তে একাংশই ৰাজ্যৰ ক’লা বজাৰত সুৰাৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে।

চতুৰ্থ পৰ্যায়ৰ ল’কডাউনৰ সামৰণিৰ পাছত কেন্দ্ৰ চৰকাৰে আনল’ক-১.০ ঘোষণা কৰি কিছু নীতি-নিৰ্দেশনা শিথিল কৰি দিয়াৰ পাছতে সুৰাৰ ৰমৰমীয়া বেহাই পুনৰ গা কৰি উঠিছে।

আজি বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ কৰ্তব্যৰত আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ কৰে।

আৰক্ষীয়ে ডব্লিউ বি-২৩ চি-২১৩৭ নম্বৰৰ ট্ৰাকখনৰ লগতে ৮০০ কাৰ্টুন সুৰা জব্দ কৰে।

জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ ভালুকপুঙৰ পৰা ধুবুৰী অভিমুখে  ট্ৰাকখন গৈ আছিল।

ট্ৰাক চালকক আৰক্ষীয়ে আটক কৰি সোধপোচ অভ্যাহত ৰাখিছে । ট্ৰাকখনত থকা সুৰাখিনিৰ আনুমানিক বজাৰ মূল্য ৩০ লাখৰো অধিক হ’ব বুলি ধাৰণা কৰা হৈছে।

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

a ben

ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে, মোদীক কৰিবনে ফোন?

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd