• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ওদালগুৰি জিলাত বিগত দশকটোত বৃদ্ধি হৈছে হাতী-মানুহৰ সংঘাত

ছাজিদ খান by ছাজিদ খান
October 2, 2018 7:19 pm
IMG-20180930-WA0014
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওদালগুৰিৰ ভাৰত-ভুটান সীমান্ত এলেকাৰ আশে পাশে হাতী-মানুহৰ সংঘাত ক্ৰমাৎ বাঢ়ি অহাটো দেখা গৈছে। ৰাজনৈতিক মহলৰ সমৰ্থনপুষ্ট লোক, মূলসুঁতিলৈ উভতি অহা উগ্ৰপন্থী সংগঠনৰ সদস্য একাংশই  বনাঞ্চলৰ ভূমি বেআইনীভাৱে দখল কৰি চাহ বাগিচা, পাম আদি খোলাৰ ফলত হাতীৰ বিচৰণভূমি সংকুচিত হৈ পৰিছে। খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চল, বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যত অবাধে গছ কটাৰ ফলত হাতীৰ জাক মানুহৰ বসতিপূৰ্ণ এলেকালৈ নামি আহিবলৈ বাধ্য হৈ পৰিছে।

অৱস্থা এনে পৰ্যায় পাইছেহি যে ভাৰত-ভুটান সীমান্তৰ ছামাৰং, ৰজাগড়, সুকলাই, ডিমাকুছি, আট্টাৰিখাত, ভুটীয়াচাং আদি এলেকাৰ বাসিন্দাসকলে হাতীৰ ভয়ত বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে। এটা হাতীৰ জাকে আট্টাৰিখাত চাহ বাগিচাত আশ্ৰয় লৈ থকা বুলি জানিব পৰা গৈছে।

Apply Now

চৰকাৰী বিভাগ আৰু প্ৰকৃতিপ্ৰেমী বেচৰকাৰী সংগঠনৰ চেষ্টা সত্তেও হাতী মানুহৰ সংঘাত ৰোধ কৰিব পৰা নাই। হ্ৰাস পোৱা নাই হাতীৰ দ্বাৰা খেতিপথাৰ ধ্বংস, হাতীৰ আক্ৰমণত মানুহ হতাহত হোৱাৰ ঘটনা। বাঢ়ি গৈ আছে মানুহৰ হাততো হাতীৰ মৃত্যুৰ ঘটনা।

ওদালগুৰিৰ ধনশিৰি জিলাত ২০১২-১৩ চনৰ ভিতৰত ৮ টা হাতী মৃত্যু মুখত পৰিছে। ২০১৩-১৪ চনত ৭টা , ২০১৪-১৫ চনত ৭টা  ২০১৬ চনত ৭টা হাতীৰ মৃত্যু ঘটিছে। আনহাতে  ২০১৫-১৬ চনত হাতীৰ আক্ৰমণত ২১ জন লোকৰ মৃত্যু ঘটিছে আৰু ১২ জন আহত হৈছে।২০১৬ চনত হাতীৰ আক্ৰমণত ৯ জন লোকৰ মৃত্যু ঘটিছে আৰু ১২ জন আহত হৈছে।২০১৭ চনত হাতীৰ আক্ৰমণত ৭ জন লোকৰ মৃত্যু ঘটিছে আৰু মানুহৰ হাতত ৮টা হাতীৰ মৃত্যু ঘটিছে।

২০১৮ৰ এতিয়ালৈকে হাতী-মানুহৰ সংঘাতৰ ফলত ৬জন লোক আৰু ৩টা হাতীৰ মৃত্যু ঘটিছে।

কলাইগাঁৱৰ এগৰাকী বন্যপ্ৰাণী কৰ্মী নবজ্যোতি বৰুৱাই কৈছে যে মানুহৰ বৰ্ধিত জনসংখ্য আৰু বনাঞ্চল ধ্বংসৰ বাবেই হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে। হাতীৰ খাদ্য সংকট হৈছে বুলিও তেওঁ ব্যক্ত কৰে। চৰকাৰে বিষয়টোৰ প্ৰতি আওকণীয়া মনোভাৱ প্ৰদৰ্শন কৰা বুলিও তেওঁ খেদ প্ৰকাশ কৰে।

বন্যপ্ৰাণী কৰ্মীগৰাকীয়ে আৰু কৈছে যে চৰকাৰে হাতী-মানুহৰ সংঘাত নহোৱা কৰাৰ বাবে এখন কমিটী গঠন কৰিব লাগে আৰু হাতীৰ বিচৰণভূমি আৰু সংৰক্ষিত বনাঞ্চলত কল আৰু কঠাল গছ, কিছু সংখ্যক বাঁহৰ প্ৰজাতি ৰোপণৰ এটা দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰিব লাগে।

ছাজিদ খান

ছাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd