• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম সন্তান ড° দিব্যজ্যোতি শইকীয়ালৈ ৩ টাকৈ আন্ত:ৰাষ্ট্ৰীয় শান্তি বঁটা

গান্ধী জয়ন্তী উপলক্ষে মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড° দিব্যজ্যোতি শইকীয়ালৈ ৩ টাকৈ আন্ত:ৰাষ্ট্ৰীয় শান্তি বঁটা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 1, 2020 8:49 pm

2 min read

dibya-732x375

ড০ দিব্যজ্যোতি শইকীয়া।

195
VIEWS
Share on FacebookShare on Twitter

অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত মহাত্মা গান্ধীৰ আদৰ্শৰ আধাৰত হিংসা, হত্যা আৰু বিভিন্ন অসামাজিক অপশক্তি তথা কাৰ্যকলাপৰ বিৰুদ্ধে যোৱা দুটা দশকজুৰি অহিংসা নীতিৰে শান্তি আৰু মানৱতাৰ হকে নিৰলস সেৱা আগবঢ়াই অহা অসমৰ বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড° দিব্যজ্যোতি শইকীয়ালৈ তিনিটাকৈ আন্ত:ৰাষ্ট্ৰীয় অনুষ্ঠানে গান্ধী জয়ন্তী উপলক্ষে আগবঢ়াইছে “ইণ্টাৰনেচ্যনেল পিচ এৱাৰ্ড ২০২০” “মহাত্মা গান্ধী ইণ্টাৰনেচ্যনেল ন’বেল পিচ এৱাৰ্ড ২০২০” আৰু লণ্ডনস্থ ওৱৰ্ল্ড পিচ কাউন্সিল এ আগবঢ়াইছে “ওৱৰ্ল্ড পিচ এৱাৰ্ড ২০২০” ৷

উল্লেখযোগ্য যে অহিংসা পথেৰে শান্তি আৰু মানৱতাৰ হকে কৰি অহা সংগ্ৰামৰ বাবে ড° দিব্যজ্যোতি শইকীয়াক প্ৰখ্যাত গান্ধীবাদী নেতা আন্না হাজাৰে তেওঁৰ টীম আন্নাত অন্তৰ্ভুক্ত কৰি শান্তি আৰু অহিংসাৰ অন্যতম সৈনিক হিচাপে ইতিমধ্যে স্বীকৃতি প্ৰদান কৰিছে।

WhatsApp Image 2020-10-01 at 8.15.53 PM

অন্ধবিশ্বাস, সাম্প্ৰদায়িকতা, সন্ত্ৰাসবাদ আদিৰ বিৰুদ্ধে তথা শান্তিৰ হকে সেৱা আগবঢ়াই অহা ড° দিব্যজ্যোতি শইকীয়াই ইতিমধ্যে বিহাৰৰ পৰা “শ্বহীদ তিলকা মাঝী ৰাষ্ট্ৰীয় সন্মান ২০২০ বঁটা” কৰ্ণাটকৰ পৰা প্ৰকাশিত দুখন ৰাষ্ট্ৰীয় আলোচনীৰ পৰা “এছিভাৰ্চ আইকণ এৱাৰ্ড ২০২০” ৰাষ্ট্ৰীয় বঁটা, ষ্টাৰ ইণ্ডেপেণ্ডেণ্ট ৰাষ্ট্ৰীয় বঁটা, নেলচ্যন মাণ্ডেলা আন্তৰাষ্ট্ৰীয় শান্তি বঁটা, জেম ইণ্ডিয়া এৱাৰ্ড, ভাৰ্চেটাইল জিনিয়াচ এৱাৰ্ড ২০২০, মনিপুৰৰ পৰা হিজ্যম ইৰাৱট ৰাষ্ট্ৰীয় শান্তি বঁটা আদি সন্মানেৰে বিভূষিত হৈছে।

ড° শইকীয়াই কয় যে মানৱতা অবিহনে বিশ্বত শান্তি অসম্ভৱ ৷ আনহাতে, শান্তি অবিহনে প্ৰগতি অসম্ভৱ ৷ মানৱ জাতিৰ প্ৰগতিৰ বাবে অহিংস পথ আৰু শান্তি হ’ল অতি অপৰিহাৰ্য্য ৷ কিন্তু একাংশ সাধাৰণ জনতা তথা চৰকাৰ আৰু চৰকাৰী পক্ষই শান্তিকামী নেতা আৰু নেতৃত্বক সময়ে সময়ে দুৰ্বল বুলি অৱহেলা কৰাটো মানৱ জাতিৰ বাবে দুৰ্ভাগ্যজনক ৷

Recent News

deadbody recovered final

শালনাৰ সোণাজুৰিৰ শিলৰ কোঁৱাৰীত সন্ধানহীন হোৱা লোকৰ মৃতদেহ উদ্ধাৰ

tajmahal_web

তাজমহলত বোমাতংক : পৰ্যটকৰ মাজত হাহাকাৰ; এজন ব্যক্তিক আটক আৰক্ষীৰ

Krishnai

গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তত দুই অপহৰণকাৰীক গ্ৰেপ্তাৰ

CM

মুছলমানৰ জনসংখ্যাতকৈ অধিক জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰিছে চৰকাৰে; যোগী আদিত্যনাথৰ বিতৰ্কিত মন্তব্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd