• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে গোৱালপাৰা কংগ্ৰেছত খহনীয়া; অগপত যোগদান কেইবা শতাধিক কংগ্ৰেছীৰ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
November 12, 2018 5:11 pm
-agp-flags700

প্ৰতিনিধিত্বমূলক চিত্ৰ

411
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ দিন চুমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাতো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে নিৰ্বাচনী তৎপৰতা। বিশেষকৈ গোৱালপাৰাৰ পূব বিধান সভা সমষ্টিৰ অন্তৰ্গত মানিকপুৰ-ভেলাখামাৰ,টুকুৰা বৰমোহৰা আৰু ফফংগা গাঁও পঞ্চায়তত অসমৰ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল অগপই বিশেষ তৎপৰতা প্ৰদৰ্শন কৰা দেখা গৈছে ৷

শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত বিজেপিৰ বিপৰীত স্থিতি গ্ৰহণ কৰা অগপই আগন্তুক পঞ্চায়ত নিৰ্বাচন অকলে খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগে কংগ্ৰেছৰ লগতে অন্যান্য ৰাজনৈতিক দলৰ বহু নেতা-কৰ্মী দল ত্যাগ কৰি যোগদান কৰিছে অগপত। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এনেদৰে অগপত যোগদান কৰা কাৰ্য্যই আঞ্চলিক দলটোৰ শিবিৰটোত উৎসাহ দুগুণে বৃদ্ধি পাইছে।

উল্লেখ্য যে বিগত দুটা দিনত পূব গোৱালপাৰা সমষ্টিৰ হাদী আৰু ফফংগাত অনুষ্ঠিত অগপৰ দুখন সভাত কংগ্ৰেছ দলৰ মজিৰুল ইছলাম, মোছলেমুদ্দিন আৰু আৰু ছাহাবুল ইছলামৰ নেতৃত্বত কেইবা শতাধিক লোকে অনুষ্ঠানিক ভাৱে অগপত যোগদান কৰে।

এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে গোৱালপাৰা জিলা অগপৰ সভাপতি জীতেন দাস, গোৱালপাৰা পূব বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতিষ দাস আৰু জিলা অগপৰ সাংগঠনিক সম্পাদক কল্যাণ দাস।

ইফালে দলটোৱে জানিব দিয়া অনুসৰি মানিকপুৰ-ভেলাখামাৰ, টুকুৰা বৰমোহৰা আৰু ফফংগা গাঁও পঞ্চায়তৰ প্ৰত্যেকটো পদতে নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাব।

Recent News

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd