• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পত্নীক হত্যা কৰাৰ পিছত ড্ৰামত লুকুৱালে মৃতদেহ, তাৰ ওপৰত ঢালি দিলে চিমেণ্ট; ধৰা পৰিল কেনেকৈ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:48 am
72
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ চুৰাটত এজন লোকে পত্নীক হত্যা কৰি উৱলি যোৱা মৃতদেহ কাঠৰ ড্ৰামত লুকুৱাই ৰাখিছিল। পুলিচক বিভ্ৰান্ত কৰিবলৈ তেওঁ নিৰুদ্দেশ হোৱা ব্যক্তিৰ ডায়েৰী দাখিল কৰিছিল। অৱশ্যে তাতো ৰক্ষা নপৰিল। এগৰাকী নাবালকৰ তৎপৰতাত এই সমগ্ৰ ঘটনা ফাদিল হৈ পৰে।

পেছাত ডায়েটিচিয়ান শিল্পা ছালভিৰ মৃত্যুৰ পিছত তেওঁৰ স্বামী অভিযুক্ত বিশাল ছালভি (৪০) পলাতক হৈ আছে।

Apply Now

কিছুদিন পূৰ্বে বিশালে থানালৈ গৈ তেওঁৰ ৩৯ বছৰীয়া পত্নী শিল্পা চাৰিদিন ধৰি নিৰুদ্দেশ হোৱা বুলি দাবী কৰিছিল। আৰক্ষীয়ে নিয়মীয়াকৈ তদন্ত আৰম্ভ কৰিলে যদিও অতি সোনকালেই কাহিনীটোৱে এটা মোৰ ল’লে।

দম্পতীহালৰ নাবালক সন্তানে ঘৰৰ পৰা এখন হাতে লিখা নোট উদ্ধাৰ কৰি আৰক্ষীক গতাই দিয়ে। তদন্তকাৰীয়ে দাবী কৰিছে যে সেইখন বিশালে লিখিছিল, য’ত তেওঁ নিজৰ ‘মাৰাত্মক ভুল’ স্বীকাৰ কৰি শিল্পা আৰু জীয়াই নাই বুলি কৈছিল।

সেই টোকাটো পোৱাৰ লগে লগে তদন্তৰ দিশ সলনি হ’ল। বিশালৰ গতিবিধি অনুসৰণ কৰি আৰক্ষীয়ে ছালাবতপুৰা থানা এলেকাৰ এটা পুৰণি আৰু পৰিত্যক্ত ঘৰৰ স্থান উদ্ধাৰ কৰে। তলা লগোৱা ঘৰটোৰ এটা অংশ ভাঙি যোৱাৰ লগে লগে ভিতৰৰ পৰা এটা প্ৰচণ্ড গোন্ধ আহিবলৈ ধৰিলে। ঘৰৰ চুকত ৰখা এটা ডাঙৰ কাঠৰ ড্ৰাম বা ট্ৰাংক খুলি দিয়াৰ লগে লগে শিল্পাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হয়। প্ৰাথমিক অনুসন্ধানত দেখা গৈছে যে মৃতদেহটো লুকুৱাবলৈ ওপৰৰ পৰা কেঁচা চিমেণ্ট ঢালি দিয়া হৈছিল।

আৰক্ষীৰ প্ৰাৰম্ভিক ধাৰণাটো হ’ল যে নিৰুদ্দেশ ডায়েৰী দাখিল কৰাৰ ৪-৫ দিন আগতে শিল্পাক হত্যা কৰা হৈছিল। দীৰ্ঘদিনীয়া বৈবাহিক বিবাদ আৰু পত্নীৰ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ সন্দেহ এই হত্যাকাণ্ডৰ আঁৰৰ মূল কাৰণ হ’ব পাৰে। ডিচিপি কানন দেশাইয়ে কয় যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অপেক্ষা কৰা হৈছে আৰু ফৰেনছিক দলে ঘটনাস্থলীৰ পৰা তথ্য সংগ্ৰহ কৰিছে।

চুৰাট আৰক্ষীয়ে একাধিক দল গঠন কৰি অভিযুক্ত বিশালক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে। তেওঁক বিচাৰি উলিয়াবলৈ চিচিটিভি ফুটেজ আৰু স্থানীয় সূত্ৰৰ সহায় লোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 19, 2026 9:09 am
উদ্ধৱ থাকৰেৰ ৬ জন সাংসদৰ দল সলনিক স্বীকৃতি; বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আৰু বৃদ্ধি পালে NDA-ৰ শক্তি

উদ্ধৱ থাকৰেৰ ৬ জন সাংসদৰ দল সলনিক স্বীকৃতি; বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আৰু বৃদ্ধি পালে NDA-ৰ শক্তি

July 19, 2026 8:48 am
ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

July 19, 2026 7:43 am
ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 19, 2026 9:09 am
উদ্ধৱ থাকৰেৰ ৬ জন সাংসদৰ দল সলনিক স্বীকৃতি; বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আৰু বৃদ্ধি পালে NDA-ৰ শক্তি

উদ্ধৱ থাকৰেৰ ৬ জন সাংসদৰ দল সলনিক স্বীকৃতি; বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আৰু বৃদ্ধি পালে NDA-ৰ শক্তি

July 19, 2026 8:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd