• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

উল্লেখ্য যে যোৱা ১ ফেব্ৰুৱাৰী তাৰিখে ছাবাৰ পিতৃয়ে ছাবাৰ প্ৰেমিক অংকুৰ দেৱাল আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে অপহৰণৰ গোচৰ ৰুজু কৰিছিল। এই গোচৰত পিতৃয়ে ছাবাৰ বয়স ১৬ বছৰ বুলি উল্লেখ কৰিছে। অংকুৰ আৰু অংকুৰৰ পৰিয়ালে তেওঁৰ ‘নাবালিকা’ কন্যাক অপহৰণ কৰাৰ লগত প্ৰলোভিত কৰি হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত কৰি বিয়া কৰাইছে বুলি অভিযোগ উত্থাপন কৰিছে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 4, 2023 4:47 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ বাৰেলীৰ ছাবা নামৰ এগৰাকী মুছলমান যুৱতীয়ে হিন্দু যুৱকৰ লগত বিাবাহপাশত আৱদ্ধ হোৱা ঘটনাক লৈ এতিয়া চৰ্চাত নামি পৰিছে উত্তৰ প্ৰদেশৰ সংবাদ মাধ্যম তথা সামাজিক মাধ্যম ব্যৱহাৰকাৰীসক। ইছলাম ধৰ্মৰ পৰা হিন্দু ধৰ্মলৈ নিজকে ধৰ্মান্তৰিত কৰি এগৰাকী হিন্দু যুৱকৰ সৈতে বিবাহত আৱদ্ধ হৈছে যুৱতীগৰাকীয়ে।

হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পিছত ছাবাই নিজৰ নাম সলনি কৰিছে। ছাবাই নিজৰ নতু্ন নাম ৰাখিছে ছ’নী।

Apply Now

ধৰ্মান্তৰিত হোৱাৰ পিছতেই যোৱা ৩ ফেব্ৰুৱাৰী, শুকুৰবাৰে হিন্দু ধৰ্মৰ নিয়ম অনুসৰি বাৰেলীৰ অগস্ত্য মুনি আশ্ৰমত হিন্দু প্ৰেমিক অংকুৰ দেৱালৰ লগত বিয়াত বহিছে ছাবাই।

উল্লেখ্য যে যোৱা ১ ফেব্ৰুৱাৰী তাৰিখে ছাবাৰ পিতৃয়ে ছাবাৰ প্ৰেমিক অংকুৰ দেৱাল আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে অপহৰণৰ গোচৰ ৰুজু কৰিছিল। এই গোচৰত পিতৃয়ে ছাবাৰ বয়স ১৬ বছৰ বুলি উল্লেখ কৰিছে। অংকুৰ আৰু অংকুৰৰ পৰিয়ালে তেওঁৰ ‘নাবালিকা’ কন্যাক অপহৰণ কৰাৰ লগতে প্ৰলোভিত কৰি হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত কৰি বিয়া কৰাইছে বুলি অভিযোগ উত্থাপন কৰিছে।

কিন্তু ছাবাৰ মতে ছাবাৰ বয়স ২১ বছৰ। ছাবাই নিজকে এগৰাকী প্ৰাপ্তবয়স্ক যুৱতী বুলি দাবী কৰি কৈছে যে ‘’মই এগৰাকী প্ৰাপ্তবয়স্ক যুৱতী। মই নিজৰ ইচ্ছামতে ধৰ্মান্তৰিত হৈ বিয়া হৈছিলো, মই হিন্দু ধৰ্মক ভাল পাওঁ।”

নৱবিবাহিতা ছাবাই পিতৃৰ অভিযোগৰ উত্তৰত কয় যে তেওঁৰ আন্তঃধৰ্মীয় বিবাহ তেওঁৰ ওপৰত জোৰকৈ কৰা হোৱা নাছিল। ছাবাই কৈছে যে তেওঁ এগৰাকী প্ৰাপ্তবয়স্ক, তেওঁ নিজৰ ইচ্ছামতে বিচৰা ব্যক্তিজনক বিয়া কৰাবলৈ সিদ্ধান্ত লৈছে আৰু তেওঁৰ পৰিয়ালে দাখিল কৰা ভুৱা অভিযোগৰ বাবে আৰক্ষীয়ে অংকুৰৰ বন্ধু বা পৰিয়ালৰ সদস্যক হাৰাশাস্তি নকৰিবলৈ অনুৰোধ জনায়।

ইয়াৰ লগতে ছাবাৰ পৰিয়ালৰ পৰা ছাবাই সংশয়ত ভুগিছে বুলি উল্লেখ কৰি ছাবা আৰু ছাবাৰ স্বামীক সুৰক্ষা প্ৰদান কৰিবৰ বাবেও আৰক্ষীক অনুৰোধ জনাইছে ছাবাই।

ছাবাই কৈছে যে হিন্দু ধৰ্মত তিনি তালাকৰ কোনো ধাৰণা নাই বাবেই তেওঁৰ হিন্দু ধৰ্মৰ প্ৰতি অপৰিসীম শ্ৰদ্ধা আছে।

উল্লেখ্য যে বৰেলীৰ বিশৰতগঞ্জ থানা এলেকাৰ বাসিন্দা অংকুৰ দেৱাল এগৰাকী কাপোৰৰ ব্যৱসায়ী। একেখন বজাৰৰে এজন মুছলমান ব্যৱসায়ীয়ে তেওঁৰ কন্যা ছাবাৰ সৈতে অংকুৰৰ দোকানলৈ সঘনাই গৈছিল। প্ৰায় ৬ বছৰ আগতে অংকুৰ দেৱলে ছাবাক লগ পাইছিল আৰু তেওঁলোকৰ বন্ধুত্ব প্ৰেমলৈ পৰিণত হৈছিল। তাৰ পিছত তেওঁলোকে ইজনে সিজনক বিয়া কৰাবলৈ সিদ্ধান্ত লয়।

কিন্তু তেওঁলোকৰ প্ৰেমৰ মাজত হেঙাৰ ৰূপে থিয় দিলে ধৰ্মীযই। ছাবা আৰু অংকুৰ দুয়োজনে পৰিয়ালক বিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল যদিও ছাবাৰ দেউতাকে নাকচ কৰিছিল।

যাৰ বাবে যোৱা ১ ফেব্ৰুৱাৰী বুধবাৰে অংকুৰৰ লগত ঘৰৰ পৰা ওলাই আহিছিল ছাবা। আৰু নিজকে হিন্দু ধৰ্মলৈ ৰূপান্তৰি কৰি প্ৰেমিক অংকুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল যুৱতীগৰাকী।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

September 2, 2026 4:09 pm
ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm
‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

September 2, 2026 4:09 pm
ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd