• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এন ডি এ-ক সমৰ্থন কৰিবলৈ সাজু ওৱেইছি! কিন্তু দিলে এটা চৰ্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2025 5:58 pm
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন (এআইএমআইএম)ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে শনিবাৰে (২২ নৱেম্বৰ) কয় যে সীমাঞ্চল অঞ্চলৰ ন্যায় প্ৰদান হ’লে বিহাৰত জনতা দল (ইউনাইটেড) (জেডিইউ) নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ চৰকাৰক সমৰ্থন কৰিবলৈ তেওঁৰ দল সাজু।

বিহাৰৰ পূৰ্ণিয়া জিলাৰ আমৌৰ বিধানসভা সমষ্টিত ৰাজহুৱা সভাত ভাষণ দি ওৱেইছিয়ে কয় যে পূৰ্বৰ চৰকাৰসমূহে সীমাঞ্চল অঞ্চলৰ সৈতে ন্যায় কৰা নাছিল বুলি নিউ ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

Apply Now

নীতিশ কুমাৰক কেৱল পাটনা আৰু ৰাজগীৰ (নালন্দা)ৰ উন্নয়নত গুৰুত্ব দিয়াৰ অভিযোগ উত্থাপন কৰি ওৱাইচিয়ে কয় যে এন ডি এৰ শাসনৰ সময়ত বিহাৰৰ বাকী অংশ অৱহেলিত আছিল।

তেওঁ জোৰ দি কয় যে উন্নয়ন কেৱল পাটনা আৰু ৰাজগীৰতে সীমাবদ্ধ থাকিব নালাগে।

মন কৰিবলগীয়া যে শেহতীয়া বিধানসভা নিৰ্বাচনত মুছলমান প্ৰধান সীমাঞ্চল অঞ্চলত পূৰ্ণিয়া, কিষানগঞ্জ, আৰৰিয়া, আৰু কাটিহাৰকে ধৰি ৫খন আসনত এ আই আই এম আই এমে জয়লাভ কৰিছিল।

তেওঁৰ ভাষণত তেওঁ কয় যে অঞ্চলটোৱে নদীৰ খহনীয়া, প্ৰব্ৰজন, আৰু দুৰ্নীতিৰ সৈতে যুঁজি আছে, আৰু চৰকাৰে এই সমস্যাসমূহৰ সমাধান কৰিব লাগে।

নৱনিৰ্বাচিত বিধায়কসকলৰ বাবে এআইএমআইএমৰ পৰিকল্পনাৰ কথা উল্লেখ কৰি ওৱেইছিয়ে নিজৰ দলৰ বিধায়কসকলক নিৰীক্ষণ কৰিব বুলি উল্লেখ কৰি জবাবদিহিতা ভিত্তিক পৰিকল্পনা ঘোষণা কৰে।

তেওঁ কয় যে আমাৰ বিধায়কসকলে সপ্তাহত দুবাৰকৈ নিজৰ সমষ্টিৰ দলীয় কাৰ্যালয়ত বহি মানুহৰ অভিযোগ শুনিব।

ইয়াৰ সুবিধাৰ বাবে দলৰ মুৰব্বীগৰাকীয়ে কয় যে বিধায়কসকলে মানুহৰ সৈতে হোৱা মত বিনিময়ৰ ফটো আৰু তেওঁলোকৰ স্থানৰ ফটো হোৱাটছএপৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব।

তেওঁ জনসাধাৰণক কয় যে, “এইটোৱে আমাক তেওঁলোকৰ অৱস্থান অনুসৰণ কৰাত সহায় কৰিব।”

ছমাহৰ ভিতৰত এই নতুন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

অঞ্চলটোৰ জনসাধাৰণৰ সৈতে যোগাযোগত থাকিবলৈ ছমাহৰ মূৰে মূৰে এবাৰ অঞ্চলটো ভ্ৰমণ কৰাৰ সংকল্প পুনৰবাৰ উল্লেখ কৰে ওৱেইছিয়ে।

উল্লেখযোগ্য যে সীমাঞ্চল অঞ্চলৰ ২৪খন বিধানসভাৰ আসনৰ ভিতৰত ১৪খন এন ডি এয়ে জয়লাভ কৰাৰ বিপৰীতে ২০২০ৰ বিধানসভা নিৰ্বাচনত লাভ কৰা ৫খন আসন এ আই আই এম আই এমে ধৰি ৰাখিবলৈ সক্ষম হয়।

মন কৰিবলগীয়া যে ২০২০ চনত ওৱেইছিৰ দলৰ পৰা জয়ী হোৱা চাৰিজন বিধায়কে ৰাষ্ট্ৰীয় জনতা দলত যোগদান কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

July 18, 2026 5:33 pm
মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

July 18, 2026 4:05 pm
টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

July 18, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd