• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টপ ফৰ্মত থকা চাকিবৰ মন্তব্য : ভাৰতক পৰাস্ত কৰিব পৰা ক্ষমতা আছে বাংলাদেশৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 27, 2019 1:19 pm
dc-Cover-vfutgmr2esi751b347hs4l87i3-20190626014304.Medi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যিকোনো টিম গেমত দলৰ প্ৰত্যেক গৰাকীৰ খেলুৱৈৰ ওপৰতে নিৰ্ভৰ কৰে প্ৰদৰ্শন। দলে এজন খেলুৱৈক লৈ ভৰষা নকৰে। মেচ জয়ী হ’বলৈ লাগিব প্ৰত্যেকজন খেলুৱৈৰে অৱদান। কিন্তু চলিত বিশ্বকাপ ক্ৰিকেটত এজন ক্ৰিকেটাৰৰ প্ৰদৰ্শনৰ ভিত্তিতে ছেমিফাইনেল খেলাৰ সপোন দেখিছে বাংলাদেশ ক্ৰিকেট দলে।

ইংলেণ্ডত চলি থকা ক্ৰিকেট বিশ্বকাপত সম্প্ৰতি বাংলাদেশ দুৰ্দান্ত ফৰ্মত। ৭খন মেচৰ তিনিখনত জয় তিনিখনত পৰাজয় আৰু এখন অনিৰ্ণীতৰে পইণ্টছ তালিকাৰ পঞ্চম স্থানত বাংলাদেশ। দলটোৰ এই প্ৰদৰ্শনৰ মূলতে ষ্টাৰ অলৰাউণ্ডাৰ চাকিব আল হাছান।

Apply Now

ক্ৰিকেটিং কেৰিয়াৰৰ সৰ্বোচ্চ ফৰ্মত থকা চাকিবে বিশ্বকাপৰ এই পৰ্যন্ত ছয়খন মেচত সংগ্ৰহ কৰিছে ৪৭৬ ৰান। ৩২ বছৰীয়া ষ্টাৰ অল ৰাউণ্ডাৰ গৰাকীয়ে ঘৰুৱা দল ইংলেণ্ডৰ বিৰুদ্ধে ১২১ ৰান আৰু ৱেষ্ট ইণ্ডিজৰ বিপক্ষে ১২৪ ৰানৰ বিস্ফোৰক অপৰাজিত শতকীয় ইনিংছৰ উপৰি খেলিছে তিনিটা অৰ্ধশতকীয় ইনিংছ।

লগতে পঢ়ক : অপ্ৰতিৰোধ্য বাংলাদেশী চাকিব : অদমনীয় প্ৰদৰ্শনেৰে বিশ্বকাপত ৰচিলে অনন্য অভিলেখ

প্ৰতিযোগিতাখনৰ ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ বাংলাদেশৰ সন্মুখত দুখন কঠিন মেচ। যিকোনো প্ৰকাৰে হৰুৱাব লাগিব ভাৰত আৰু পাকিস্তানক। এছিয়াৰ এই বৃহৎ শক্তিশালী দল দুটাক পৰাস্ত কৰাতো কঠিন যদিও ২০০৭ ৰ বিশ্বকাপত ভাৰতক পৰাস্ত কৰাৰ উদাহৰণ আছে আৰু এইবাৰো পৰাস্ত কৰিব পাৰিব বুলি গভীৰ আত্মবিশ্বাসী চাকিব।

‘ভাৰত শক্তিশালী দল। তেওঁলোক কাপ জয়ৰ অন্যতম দাবীদাৰ। ইমান সহজ নহয় যদিও আমাৰ ফালৰ পৰা শ্ৰেষ্ঠত্ব উজাৰি দিম’। আত্মবিশ্বাসী চাকিবৰ এই মন্তব্য।

তেওঁ লগতে কয় যে যিকোনো পৰিস্থিতিতে মেচ নিজৰ কৰি ল’ব পৰা ক্ষমতা ভাৰতj আছে সেয়ে আমি এশ শতাংশ উজাৰি দিব লাগিব আৰু ভাৰতক পৰাস্ত কৰিব পৰা ক্ষমতা আমাৰ আছে বুলি মোৰ বিশ্বাস আছে।

বিশ্বকাপত বেটে বলে উজলি উঠা চাকিবে অহা ২ জুলাইত ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগীয়া মেচতো শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিব বুলি টিম মেনেজমেণ্টে আশা প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

June 26, 2026 8:13 pm
‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

June 26, 2026 7:22 pm

উচ্ছেদৰ নামত চাহ আৰু ভাততে খৰচ হ’ল ৪৬ লাখ টকা, সমগ্ৰ ঘটনাক লৈ তীব্ৰ বিতৰ্ক

June 26, 2026 7:00 pm
শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

June 26, 2026 6:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

June 26, 2026 8:13 pm
‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

June 26, 2026 7:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd