• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নীতিহীন অগপৰ কথাত ‘কেয়াৰ’ নকৰো : মন্ত্ৰী পাটোৱাৰী

অসম আন্দোলনৰ পৰিসমাপ্তিত স্বাক্ষৰিত অসম চুক্তি এক ব্যৰ্থতাৰ দলিল : জয়ন্ত মল্ল বৰুৱা

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
December 5, 2018 1:13 pm
IMG-20181203-WA0023

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুটাকৈ কাৰ্যকাল শাসনৰ গাদীত থাকি অসম চুক্তি ৰূপায়ন কৰিব নোৱাৰা তথা মুছলমানৰ ৰক্ষক কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ লগত মিতিৰালি কৰা অগপই জাতি মাটি ৰক্ষা কৰাৰ নামত বিজেপিক সমালোচনা কৰাৰ অধিকাৰ নাই। অসম চৰকাৰৰ  উদ্যোগ, পৰিবহন তথা সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি গৌৰীসাগৰত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে।

ইয়াৰ উপৰি মন্ত্ৰী পাটোৱাৰীয়ে প্ৰাক্তন মুখ্য মন্ত্ৰী তথা একালৰ সতীৰ্থ প্ৰফুল্ল কুমাৰ মহন্তকো তীব্ৰ বাক্য বাণেৰে সমালোচনা কৰা দেখা যায়। তেওঁ কয় যে দুবাৰকৈ অগপ দলটো বিভাজন কৰি নতুন দল গঠন কৰা মহন্তৰ মন্তব্যৰ কোনো ভিত্তি নাই।

Apply Now

জাতি মাটি ভেটি ৰক্ষা আৰু পৰিৱৰ্তনৰ স্বাৰ্থত অসমৰ ৰাইজে বিজেপিক আঁকোৱালিৰ লোৱাৰ সময়তে নিজকে জাতীয়তাবাদী বুলি কোৱা অগপ নেতাই যিহকে তিহকে বকিব লাগিছে। তদুপৰি নীতিহীন অগপৰ এনেবোৰ কথাত কোনো দিনে ‘কেয়াৰ’ নকৰে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

আনহাতে উক্ত সভাতে মন্ত্ৰী পাটোৱাৰীয়ে বাওপন্থী বুদ্ধিজীৱিৰ উচতনিত ৭০টাকৈ জাতীয়তাবাদী সংগঠনে ৰাজপথত চলোৱা আন্দোলনৰ কোনো ভেলু নাই তথা সেই সংগঠনসমূহৰ কোনো গণভিত্তি নাই বুলি তাৎপৰ্যমূলক মন্তব্য আগবঢ়ায়।

ইফালে ভোটবেংকৰ স্বাৰ্থত অসমখন বাংলাদেশী ৰাজ্যলৈ পৰিণত কৰা কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ সৈতে অগপই  মিতিৰালি কৰি পঞ্চায়ত নিৰ্বাচন খেলাটো অতিশয় দুৰ্ভাগ্যজনক বুলিও তেওঁ মন্তব্য কৰে।

বিজেপিৰ গৌৰীসাগৰ মণ্ডলৰ দ্বাৰা অসম ৰাজ্যিক পৰিবহন নিগমৰ গৌৰীসাগৰ বাছ আস্থানৰ সন্মুখত অনুষ্ঠিত কৰা  বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাখনত মন্ত্ৰী পাটোৱাৰীৰ উপৰি পৰ্যটন নিগমৰ অধক্ষ্য জয়ন্ত মল্ল বৰুৱাইও অংশগ্ৰহন কৰি ঐতিহাসিক অসম আন্দোলনক তীব্ৰ ভাষাৰে সমালোচনা কৰি ইয়াৰ পৰিসমাপ্তিত স্বাক্ষৰিত অসম চুক্তিক এক ব্যৰ্থতা দলিল বুলি কয়।

যি সময়ত সমগ্ৰ ভাৰতবৰ্ষতে বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৫১ চন কৰাৰ বিপৰীতে অসম আন্দোলনকাৰীসকলে বিদেশী নাগৰিকৰ চিনাক্ত বৰ্ষ ১৯৭১ চন কৰিলে। যাৰ বাবে সেই সময়ছোৱাৰ ২০টা বছৰত অসমত অনুপ্ৰৱেশ ঘটা অবৈধ বিদেশী নাগৰিকক অগপ দলে ৰক্ষনাবেক্ষণ দিলে।

ৰাজহুৱা সম্পতিৰ মাটি দখল কৰি নিজৰ নামত কৰা আমগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত অঞ্জন দত্তৰ দুহিতা অংকিতা দত্তইও পিতৃৰ পদাংককে অনুকৰণ কৰিব। সেয়েহে ৰাইজে দলটোৰপৰাও আঁতৰি থকা উচিত বুলি মন্তব্য কৰি জাতি মাটি ভেটি সুৰক্ষাৰ  বাবে আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপিক ভোট দিবলৈ ৰাইজক আহ্বান জনায়।

ৰাজীৱ দত্ত

ৰাজীৱ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd