• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাংলাদেশ ভ্ৰমণত ভাৰতীয় বায়ুসেনা মুৰব্বী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 10, 2019 7:33 pm

1 min read

IAF chief asks warriors in eastern frontier to remain vigilant

এয়াৰ চ্চিফ মাৰ্শ্বেল ধানৱা। ছবি সৌজন্য-- Deccan Chronicle

1.1k
VIEWS
Share on FacebookShare on Twitter

চাৰিদিনীয়া বিভাগীয় ভ্ৰমণসূচীৰে সোমবাৰে বাংলাদেশলৈ যাব ভাৰতীয় বায়ুসেনা মুৰব্বী এয়েৰ চ্চিফ মাৰ্শ্বেল বিৰেন্দৰ সিং ধানৱা।

ভ্ৰমণকালত ধানৱাই বাংলাদেশৰ তিনিওটা প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বীসকলৰ লগতে প্ৰধান মন্ত্ৰী শ্বেখ হাচিনাকো সাক্ষাৎ কৰিব।

বাংলাদেশ বায়ুসেনা বাহিনীৰ অভিযান আৰু প্ৰশিক্ষণ গোটসমূহো ভ্ৰ্ৰমণ কৰিব ভাৰতৰ শীৰ্ষ প্ৰতিৰক্ষা বিষয়াজনে। ভ্ৰমণটোৱে প্ৰতিৰক্ষা ক্ষেত্ৰত বৰ্ধ্বিত সহযোগিতা আৰু অধিক কথা-বতৰাৰ বাট মুকলি কৰিব বুলি আশা প্ৰকাশ কৰিছে ভাৰতীয় পক্ষই।

“লগতে ই দুয়োটা বায়ুসেনা বাহিনীৰ মাজত সম্পৰ্কক অধিক শক্তিশালী কৰিব আৰু উৎপাদনমুখী বিনিময়ত জৰিত হোৱাৰ পথ মুকলি কৰিব,” চাৰ্ক (SAARC) সতীৰ্থ চুবুৰীয়া দেশখনলৈ বায়ুসেনা মুৰব্বীৰ এই ভ্ৰমণক “শুভেচ্ছামূলক” বুলি সদৰী কৰিছে এই বিবৃতি প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ।

Recent News

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd