• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বকাপৰ শ্ৰেষ্ঠ একাদশ ঘোষণা আইচিচিৰ; ভাৰতৰ পৰা কোনে কোনে পালে সুযোগ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2026 8:16 am
107
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চেম্পিয়নৰ দৰে খেলি পুনৰ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰিছে টিম ইণ্ডিয়াই। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এখন মেচত পৰাস্ত হোৱাৰ পাছতো ভাৰতে প্রশ্নাতীতভাৱে প্রতিযোগিতাখনৰ শ্ৰেষ্ঠ দল হিচাপে আত্মপ্ৰকাশ কৰিছে। সঠিক সময়ত জিলিকি উঠিছে সূৰ্যকুমাৰ যাদৱৰ দলটো। যাৰ বাবেই টিম ইণ্ডিয়া চেম্পিয়ন হৈছে। অৱশ্যে প্ৰতিযোগিতাখনৰ আই চি চিৰ শ্ৰেষ্ঠ দলত স্থান লাভ কৰিলে মাত্ৰ ৪ গৰাকী ভাৰতীয়ই। আন বহুতে বঞ্চিত হ’বলগীয়া হ’ল।

বিশ্বকাপ শেষ হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে আইচিচিয়ে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ দলটো বাছি উলিয়ালে। সেই দলত ভাৰতৰ চাৰিজন খেলুৱৈয়ে সুযোগ পাইছে। দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডৰ পৰা দুজনকৈ খেলুয়ে সুযোগ পালে। পাকিস্তান, ৱেষ্ট ইণ্ডিজ আৰু জিম্বাবুৱেৰ পৰা এজনকৈ খেলুৱৈয়ে সুযোগ লাভ কৰে। ১২ নং খেলুৱৈ হিচাপে আমেৰিকাৰ শ্বেডলী ভান শ্বালৱিকে সুযোগ লাভ কৰে।

Apply Now

পাকিস্তানৰ চাহিবজাদা ফাৰহান আৰু সঞ্জু চেমছনে বিশ্বকাপৰ দুই শ্ৰেষ্ঠ অ’পেনাৰ হিচাপে সুযোগ লাভ কৰে। প্ৰতিযোগিতাখনত ফাৰহানে দুটা শতক অৰ্জন কৰে, আৰু তেওঁ ৩৮৩ ৰানেৰে সৰ্বাধিক স্ক’ৰ কৰা খেলুৱৈ।

সঞ্জু চেমচন দললৈ অহাৰ পিছত ভাৰতীয় দলৰ গতি সলনি হয়। তৃতীয় বেটছমেন হিচাপে তেওঁ বিশ্বকাপৰ ছেমি ফাইনেল আৰু ফাইনেল দুয়োটা খেলতে অৰ্ধশতক অৰ্জন কৰিছে। মাত্ৰ ৫খন মেচত ৩২১ ৰান সংগ্ৰহ কৰিছে।

ভাৰতীয় টপ অৰ্ডাৰত দৃষ্টি আকৰ্ষণ কৰিছে ঈশান কিষানেও। প্ৰতিযোগিতাখনত ৩১৭ ৰান সংগ্ৰহ কৰা বেটছমেনগৰাকীক আইচিচিয়েও শ্ৰেষ্ঠ একাদশৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছে।

শ্ৰেষ্ঠ মিডল অৰ্ডাৰ বেটছমেন হিচাপে নিৰ্বাচিত হৈছে এডেন মাৰ্কৰাম, হাৰ্দিক পাণ্ডিয়া, উইল জেকছ আৰু জেছন হোল্ডাৰ। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল তেওঁলোকৰ প্ৰত্যেকেই বলিঙো কৰিব পাৰে। কিন্তু প্ৰতিযোগিতাখনত শিৱম ডুবে আৰু অক্ষৰ পেটেলে ভাল প্ৰদৰ্শন কৰাৰ পিছতো আই চি চিয়ে তেওঁলোকক শ্ৰেষ্ঠ একাদশত ৰখা নাই।

যশপ্ৰীত বুমৰাহে পেচ বিভাগৰ নেতৃত্ব দিয়াৰ সম্ভাৱনা আছে। এই টুৰ্ণামেণ্টত তেওঁ কিয় বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ সেয়া পুনৰ প্ৰমাণ কৰিলে। তেওঁৰ লগত আছে লুংগি এনগিডি আৰু জিম্বাবুৱেৰ ব্লেছিং মুজাৰাবানি। তেওঁলোকে প্ৰতিযোগিতাখনত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

এই দলৰ একমাত্ৰ স্পিনাৰ হিচাপে নিৰ্বাচিত হৈছে আদিল ৰছিদ। আমেৰিকান শ্বেডলী ভান শ্বেলউইক হ’ব ১২ নং খেলুৱৈ।

বিশ্বকাপৰ শ্ৰেষ্ঠ একাদশ

চাহিবজাদা ফাৰহান, সঞ্জু চেমচন, ঈশান কিষাণ, এডেন মাৰ্কৰাম (অধিনায়ক), হাৰ্দিক পাণ্ডিয়া, উইল জেকছ, জেছন হোল্ডাৰ, যশপ্ৰীত বুমৰাহ, লুংগি এনগিডি, আদিল ৰছিদ, ব্লেছিং মুজাৰাবানি, শ্বেডলি ভান শ্বালউইক (দ্বাদশ খেলুৱৈ)।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 13, 2026 9:24 am
ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

September 13, 2026 8:59 am
স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

September 13, 2026 7:41 am
টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 13, 2026 9:24 am
ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

September 13, 2026 8:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd