• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পুৰস্কাৰ ৰাশি ঘোষণা আইচিচিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2023 5:37 pm
World Test Championship final
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৭ জুনৰ পৰা আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ দখলৰ লক্ষ্যৰে ইংলেণ্ডৰ অ’ভেলত ফাইনেলত অৱতীৰ্ণ হ’ব পূৰ্বৰ ৰানাৰ্ছ আপ ভাৰত আৰু অষ্ট্ৰেলিয়া।

ফাইনেললৈ মাত্ৰ কিছুদিন বাকী থকা অৱস্থাত আজি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পুৰস্কাৰ ৰাশি ঘোষণা কৰিছে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিল চমুকৈ আইচিচি- এ।

Apply Now

আইচিচি- ৰ এক আনুষ্ঠানিক বিবৃতি অনুসৰি, চলিত ছিজনৰ টেষ্ট চেম্পিয়নশ্বিপৰ পুৰস্কাৰ ৰাশিৰ পৰিমাণ হৈছে ৩.৮ মিলিয়ন আমেৰিকান ডলাৰ(প্ৰায় ৩১.৪ কোটি টকা)।

চেম্পিয়নশ্বিপৰ বিজয়ী দলটোৱে ১.৬ মিলিয়ন আমেৰিকান ডলাৰ (প্ৰায়১৩.২২ কোটি টকা) লাভ কৰাৰ বিপৰীতে ৰানাৰ্ছ আপ দলটোৱে লাভ কৰিব ৮০০০০০ আমেৰিকান ডলাৰ (প্ৰায় ৬.৬১ কোটি টকা)।

ইফালে ফাইনেলত স্থান দখলত ব্যৰ্থ হৈ পইণ্ট টেবুলত তৃতীয় স্থানত থকা দক্ষিণ আফ্ৰিকাই লাভ কৰিব প্ৰায় ৩.৭২ কোটি টকা। সেইদৰে চতুৰ্থ স্থানত চেম্পিয়নশ্বিপৰ অভিযান সমাপ্ত কৰা ইংলেণ্ডে প্ৰায় ২.৯ কোটি টকা লাভ কৰিব।

আনহাতে ফাইনেলত স্থান লাভৰ দৌৰত থকাৰ পিছতো শেষমুহূৰ্তত পঞ্চম স্থানত দৌৰ সমাপ্তি কৰা শ্ৰীলংকাই ২ লাখ ডলাৰ (প্ৰায় ১.৬৫ কোটি টকা) লাভ কৰিব।

চেম্পিয়নশ্বিপৰ আনকেইটা দল নিউজিলেণ্ড (৬ নং), পাকিস্তান (৭ নং), ৱেষ্ট ইণ্ডিজ (৮ নং), আৰু বাংলাদেশ (৯ নং) ক এক লাখ ডলাৰকৈ (প্ৰায় ৮২.৭ লাখ টকা) পুৰস্কৃত কৰা হ’ব বুলি আইচিচিৰ বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে।

উল্লেখ্য যে, ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অৱতীৰ্ণ হ’ব ভাৰত। বিগত বাৰৰ চেম্পিয়নশ্বিপ ফাইনেলত নিউজিলেণ্ডৰ বিপক্ষে পৰাজয়ৰ পৰিণতিত ৰানাৰ্ছ আপতে সন্তুষ্ট থাকিবলগীয়া হৈছিল ভাৰতীয় দল।

এইবাৰ ইংলেণ্ডৰ বাউন্সী উইকেট শক্তিশালী অষ্ট্ৰেলিয়ান বলিং আক্ৰমণ নেওচি ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ দখল কৰিবলৈ সক্ষম হ’বনে সেয়া লক্ষণীয় হ’ব। অৱশ্যে তাৰকাদ্বয় ঋষভ পণ্ট আৰু যশপ্ৰীত বুমৰাহৰ অভাৱ নিশ্চিতভাৱে অনুভৱ কৰিব ভাৰতে।

এই দুই তাৰকাৰ অনুপস্থিতিৰ সমান্তৰালভাৱে অৱশ্যে টেষ্ট বিশেষজ্ঞ আজিংক্যা ৰাহানেৰ প্ৰত্যাৱৰ্তনে ভাৰতীয় দলৰ মনোবল কিছু পৰিমাণে বৃদ্ধি কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd