DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৰহাটলৈ ONGCৰ অসম সম্পদৰ কাৰ্য্যালয় স্থানান্তৰণ কৰিলে ONGC বন্ধ কৰি দিয়াৰ হুংকাৰ ২৬ টা সংগঠনৰ যৌথ সংগ্ৰামী মঞ্চৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 9, 2019 10:07 pm
20190909_210547

সংগ্ৰামী যৌথ মঞ্চৰ সংবাদমেল

2.1k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেলত ২৬ টা সংগঠনৰ যৌথ সংগ্ৰামী মঞ্চৰ নেতৃত্বই সোমবাৰে শিৱসাগৰৰ ঐতিহাসিক গেলেকী তৈল ক্ষেত্ৰ বহুজাতিক কোম্পানীৰ হাতত গোটোৱা চক্ৰান্তৰ বাবে অ’ এন জি চিক সকীয়নি প্ৰদান কৰে।

সংগ্ৰামী মঞ্চয় অ’ এন জি চিকে ধৰি বহুজাতিক কোম্পানীত এশ শতাংশ থলুৱা নিযুক্তি নিশ্চিত কৰাৰ বাবেও দাবী তোলাৰ লগতে প্ৰতিষ্ঠানটোৰ অসম বিৰোধী প্ৰৱণতাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

তদুপৰি, অ’ এন জি চিৰ অসম সম্পদৰ কাৰ্য্যালয় যোৰহাটলৈ স্থানান্তৰণৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে সংবাদমেলখনত তীব্ৰ অসন্তষ্টি ব্যক্ত কৰে সংগ্ৰামী মঞ্চৰ বিষয়ববীয়াসকলে।

শিৱসাগৰৰ ভূগৰ্ভ খনন কৰি ১০০ কৈ অধিক তৈলখাদৰ পৰা সম্পদ আহৰণ কৰি থকা অৱস্থাত যোৰহাটলৈ কাৰ্য্যালয় স্থানান্তৰ কৰিলে অ’ এন জি চি বন্ধৰ দৰে কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ সংগ্ৰামী মঞ্চ বাধ্য হ’ব বুলি হুংকাৰ দিয়াৰ লগতে অ’ এন জিক নিজৰ স্থিতি স্পষ্ট কৰাৰ বাবে দহ দিনৰ সময়সীমা বান্ধি দিয়ে।

আনহাতে, সংবাদ মেলত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিশ্ৰুতি প্ৰদানৰ ২ মাহ উকলি যোৱাৰ পাছতো শিৱসাগৰৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ বেদখল মুক্ত নকৰাৰ প্ৰতিবাদত সংগ্ৰামী মঞ্চয় ১১ ছেপ্তেম্বৰত উপায়ুক্ত কাৰ্য্যালয় ঘেৰাও কাৰ্য্যসূচী ঘোষণা কৰে।

উল্লেখযোগ্য যে, হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বিভূতি মহন্তৰ ছাত্ৰী নিৰ্যাতনৰ ঘটনাৰো নিৰপেক্ষ তদন্তৰ দাবী জনায় সংগ্ৰামী মঞ্চৰ প্ৰতিনিধিসকলে।

ৰাজ্য চৰকাৰ আৰু শিৱসাগৰ জিলা প্ৰশাসনে শিক্ষকগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা হাতত নললে তীব্ৰ আন্দোলনৰ ভাবুকি দিয়ে সংগঠনটোৱে।

Recent News

Gas Cylinder price hike

Gas Cylinder price hike: অচ্ছে দিনৰ মাধমাৰ: পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd