• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাৱধান! ‘KYC আপডেট কৰক’ মেছেজৰ লিংক ক্লিক কৰিলেই খালি হৈছে SBI গ্ৰাহকৰ ধন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 10, 2021 10:22 am
WhatsApp Image 2021-07-10 at 9.44.50 AM
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপোনাৰ কে ৱাই চি তথ্য আপডেট কৰক। তাত দিয়া থাকে এটা লিংক। ষ্টেট বেংক অফ ইণ্ডিয়াৰ নামত অহা সেই মেছেজৰ লিংকত ভুলতেও নকৰিব ক্লিক। নহ’লে মুহূৰ্তৰ ভিতৰতে আপোনাৰ একাউন্টৰ পৰা সকলো টকা উধাও হৈ যাব।

বাতৰি অনুসৰি, এনে প্ৰতাৰণা চক্ৰৰ জাল পতা হৈছে চীনৰ পৰা। দিল্লীৰ ছাইবাৰপিচ ফাউণ্ডেশ্যন আৰু অট’বুট ইনফ’ছেকৰ প্ৰতিবেদন উদ্ধৃত কৰি এই কথা কোৱা হৈছে।

Apply Now

কিন্তু কেনেদৰে ঘটিছে প্ৰৱঞ্চনা? বাতৰি অনুসৰি, দুটা সংস্থাৰ প্ৰতিবেদনৰ আঁত ধৰি কোৱা হৈছে যে ভাৰতৰ বৃহত্তম ৰাষ্ট্ৰীয়কৃত বেংকৰ গ্ৰাহকসকলক লক্ষ্য কৰি লৈছে চীনৰ হেকাৰসকলে।

গ্ৰাহকৰ ফোনত ‘update your KYC’ বুলি মেছেজ প্ৰেৰণ কৰা হৈছে। তাত এটা লিংক দিয়া আছে। সেই লিংকটোত ক্লিক কৰিলেই গ্ৰাহকসকলৰ এটা নতুন পেজ খুলি যাব। তাত কেপচা ক’ডৰ লগতে ‘য়ুজাৰনেম’, ‘পাছৱৰ্ড’ৰ দৰে গোপনীয় তথ্য বিচৰা হয়।

ছাইবাৰ বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে সেই তথ্য দিলেই গ্ৰাহকৰ ফোনত এটা অ’টিপি আহিব।  অ’টিপি দিলেই নতুন এটা পেজ খুলি যাব। তাত আকৌ একাউন্ট নম্বৰ, মোবাইল নম্বৰ, জন্মৰ তাৰিখ আদিৰ দৰে গোপনীয় তথ্য বিচৰিব। সেই তথ্য দিয়াৰ পাছত আৰু এটা অ’টিপি আহিব। তাৰ পাছত একাউন্টৰ সমস্ত ধন খালি হৈ যাব।

জানিব পৰা মতে, হেকাৰসকলে এছবিআইৰ গ্ৰাহকসকলক ৫০লাখ টকাৰ পুৰস্কাৰ দিয়াৰ ঘোষণা কৰিছে। লিংকত ক্লিক কৰাৰ বাবে সেই পুৰস্কাৰৰ টোপ দিয়া হৈছে। এই জালত ভৰি দিলেই গ্ৰাহকৰ জীৱনজোৰা সঞ্চয় মুহূৰ্তৰ ভিতৰতে খালি হৈ পৰিব।

দৰাচলতে, এছ বি আইয়ে এনে ধৰণৰ কোনো পুৰস্কাৰৰ অ’ফাৰ দিয়া নাই। দিয়া হ’লে সেয়া ষ্টেট বেংক অফ ইণ্ডিয়াৰ ৱেবছাইটত উল্লেখ থাকিলেহেঁতেন।

বিশেষজ্ঞসকলৰ মতে থাৰ্ড পাৰ্টি ড’মেইনৰ জৰিয়তে প্ৰৱঞ্চনা চক্ৰ চলোৱা হৈছে। ইউআৰএলত সাধাৰণ সলনি কৰা হৈছে। একে কৌশলেৰে আন বেংকৰ গ্ৰাহককো সৰ্বস্বান্ত কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

October 18, 2026 3:46 pm
ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

October 18, 2026 1:54 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

October 18, 2026 12:33 pm
পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

October 18, 2026 11:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

October 18, 2026 3:46 pm
ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

October 18, 2026 1:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd