DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

কোকো গাউফক পৰাস্ত কৰি ফ্ৰেঞ্চ অপেন মহিলা চিংগলছৰ খিতাপ জয় ইগা চুয়াটেকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2022 9:14 pm
French Open
167
VIEWS
Share on FacebookShare on Twitter

পেৰিছৰ ক’ৰ্ট ফিলিপ-চাট্ৰিয়েৰত অনুষ্ঠিত ফাইনেলত কোকো গাফক পোনপটীয়া ছেটত পৰাস্ত কৰি ২০২২ বৰ্ষৰ ফেঞ্চ অপেনত মহিলাৰ চিংগলছৰ খিতাপ জয় কৰিছে ইগা চুয়াটেকে।

বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈগৰাকীয়ে ফাইনেলত আমেৰিকান কিশোৰী কোকো গাউফক ৬-১, ৬-৩ ব্যৱধানত পৰাস্ত কৰে।

এই জয়েৰে নিজৰ কেৰিয়াৰত দ্বিতীয়টো গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰে চুয়াটেকে। ইয়াৰ পূৰ্বে পোলেণ্ডৰ তাৰকা গৰাকীয়ে ২০২০ চনৰ ফ্ৰেঞ্চ অপেনত খিতাপ দখল কৰিছিল।

তদুপৰি আজিৰ এই জয়ৰ সৈতে চুয়াটেকে জয়ৰ ধাৰা একেৰাহে ৩৫ খন মেচলৈ বৃদ্ধি কৰে। যোৱা ফেব্ৰুৱাৰীত ডুবাইত জেলেনা অষ্টাপেঙ্কোৰ বিপক্ষে পৰাজিত হোৱাৰ পিছত এতিয়ালৈকে কোনো এখন মেচতে খেলুৱৈ গৰাকী পৰাস্ত হোৱা নাই।

২১ বছৰীয়া চুয়াটেকে লগতে কেৰিয়াৰত মুঠ ৯ খন প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হৈ আটাইকেইখনতে জয় সাব্যস্ত কৰাৰ অন্য এক সফলতাও অৰ্জন কৰে।

এই ৯ খন ফাইনেলত বৰ্তমানলৈকে এটাও ছেট হেৰুওৱা নাই খেলুৱৈ গৰাকীয়ে।

Recent News

Applications are invited for various teaching and research based positions under NIELIT Guwahati.

Assam Career : NIELIT গুৱাহাটীত বিভিন্ন খালী পদৰ পূৰণৰ বাবে আবেদন আহ্বান, কিদৰে কৰিব আবেদন?

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 05 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

দুখন দেশ – দুটা ৰায়

দুখন দেশ – দুটা ৰায়

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd