• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আইআইটিত পুনৰ অঘটন! দ্বিতীয় বৰ্ষৰ ছাত্ৰীয়ে হোষ্টেলৰ কোঠাত বাচি ল’লে চৰম সিদ্ধান্ত

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 4, 2024 8:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠান আইআইটিত সংঘটিত হৈছে ছাত্ৰৰ মৃত্যুৰ আন এক ঘটনা। উত্তৰ গোৱাৰ হোষ্টেলৰ কোঠাত শনিবাৰে বিয়লি এগৰাকী ১৯ বছৰীয়া ছাত্ৰীয়ে আত্মহত্যা কৰে। এই তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি ইতিমধ্যে তদন্ত আৰম্ভ হৈছে।

উত্তৰ গোৱাৰ হোষ্টেলৰ কোঠাৰ পৰা শনিবাৰে উদ্ধাৰ কৰে ছাত্ৰীগৰাকীৰ মৃতদেহ। আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত ছাত্ৰীগৰাকীৰ নাম জিব্যা বিজয়াকুমাৰ (১৯)। মধ্য প্ৰদেশৰ বাসিন্দা যুৱতীগৰাকী আই আই টি গোৱাৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী আছিল। শনিবাৰে দুপৰীয়া তাইৰ ৰুমমেট অলপ সময় দুপৰীয়াৰ আহাৰ খাবলৈ গ’ল। অভিযোগ অনুসৰি সেই সময়ত ছাত্ৰীগৰাকীয়ে কোঠাটোৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিছিল। উভতি আহোঁতে ছাত্ৰজনৰ ৰুমমেটক দেখে, দুৱাৰখন বন্ধ হৈ আছে। বহু ফোন কৰাৰ পাছতো কোনো সঁহাৰি নোপোৱাৰ বাবে অৱশেষত নিৰাপত্তাৰক্ষীক ফোন কৰে ছাত্ৰজনে। ইয়াৰ পাছতে নিৰাপত্তাৰক্ষী আহি ঘৰৰ দুৱাৰ ভাঙি পেলালে। কোঠাটোত প্ৰৱেশ কৰি দেখা যায় যে চিলিং ফেনত ওলমি আছে ছাত্ৰীগৰাকীৰ মৃতদেহ। শীঘ্ৰে উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও বাচি নাথাকিল। তাত কৰ্তব্যৰত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, প্ৰাথমিক তদন্তত ছাত্ৰীগৰাকী শাৰীৰিকভাৱে অসুস্থ বুলি জানিব পৰা গৈছে। ইয়াৰ বাহিৰেও তেওঁ মানসিক বিষণ্ণতাত ভুগি আছিল। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এখন ছুইচাইড নোট। তাত আত্মহত্যা কৰিবলৈ বাছি লোৱাৰ বাবে ছাত্ৰীগৰাকীয়ে পিতৃ-মাতৃৰ ওচৰত ক্ষমা বিচাৰিছিল। অৱশ্যে ছাত্ৰীগৰাকীয়ে কিয় আত্মহত্যা কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। তদন্ত আৰম্ভ হৈছে সকলো দিশৰ ওপৰত চকু ৰাখিবলৈ।

Apply Now

প্ৰসংগক্ৰমে বিগত ২০ বছৰত দেশৰ বিভিন্ন আই আই টিত ১২০ জনতকৈ অধিক শিক্ষাৰ্থী মৃত্যু ঘটিছে। কেৱল এইবাৰ গুৱাহাটী আই আই টিত ৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছে। আই আই টি কানপুৰতো চাৰিজন ছাত্ৰই আত্মহত্যা কৰে। এসপ্তাহ পূৰ্বে আই আই টি দিল্লীত এজন ২১ বছৰীয়া যুৱকে আত্মহত্যা কৰিছিল। এইবাৰ ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ সৈতেও জড়িত হৈ পৰিল আই আই টি গোৱা।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd