DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দ্ৰোনৰ সহায়ত বানপানী, ভূমিস্খলন ৰোধৰ উপায় উদ্ভাৱনত ব্যস্ত আইআইটি গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 5, 2022 11:38 am
দ্ৰোনৰ সহায়ত বানপানী, ভূমিস্খলন ৰোধৰ উপায় উদ্ভাৱনত ব্যস্ত আইআইটি গুৱাহাটী
137
VIEWS
Share on FacebookShare on Twitter

অসমৰ কেতবোৰ অতি গুৰুতৰ প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে আইআইটি গুৱাহাটীয়ে বিশেষ চিন্তা-চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে। সেইমৰ্মে আইআইটি গুৱাহাটীৰ আৰু এএছএছটিচিয়ে সন্মিলিতভাবে আৰম্ভ কৰিছে এক বিশেষ দ্ৰোন অভিযান।

বিভিন্ন ধৰণৰ জৰীপৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ ড্ৰোনৰ ব্যৱহাৰৰ সম্পৰ্কত প্ৰযুক্তি প্ৰতিষ্ঠানটোৱে বিশেষ গুৰুত্ব আৰোপ কৰিছে।

অসম জৰীপ আৰু নিষ্পত্তি প্ৰশিক্ষণ কেন্দ্ৰৰ বিষয়াসকলক শেহতীয়াকৈ আইআইটি গুৱাহাটীয়ে বিশেষ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছে।

এই প্ৰশিক্ষণত তথ্য সংগ্ৰহ আৰু আধুনিক ভূমি ব্যৱস্থাপনাৰ লগতে আন কেইবাটাও বিষয় সামৰি লোৱা হৈছে।

ড্ৰোন প্ৰযুক্তিৰ বিষয়ত দেশত এনে ধৰণৰ প্ৰশিক্ষণ তেনেই কমকৈহে দিয়া হৈছে।

আইআইটি গুৱাহাটীৰ এক বিশেষ সূত্তৰই প্ৰকাশ কৰা মতে দোৰোনৰ এনে প্ৰশিক্ষণ সংশ্লিষ্ট সকলো স্তৰৰ বিষয়াকে প্ৰদান কৰা হ’ব ।
উল্লেখ্য দ্ৰোন কাৰ্যসূচী সন্দৰ্ভত আজি দুয়োটা প্ৰতিষ্ঠানৰ মাজত এক বুজাবুজিৰ চুক্তিও স্বাক্ষৰ কৰা হয়।

এই অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা দপ্তৰৰ মন্ত্ৰী যোগেন মোহন উপস্থিত থাকে।

অনুষ্ঠানত আইআইটি গুৱাহাটীৰ সঞ্চালক সীতাৰাম, যুটীয়া অধ্যক্ষ পংকজ চক্ৰৱৰ্তীৰ লগতে এএছএছটিচিৰ আন বহু কেইগৰাকী বিষয়া উপস্থিত থাকে।

 ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মোহনে কয়, “প্ৰযুক্তি আৰু শিক্ষাৰ এই নতুন যুগত এই বুজাবুজি চুক্তিখন এক বলিষ্ঠ পদক্ষেপ হিচাবে বিবেচিত হ’ব।।”

আইআইটিৰ সঞ্চালক অধ্যাপক টি জি সীতাৰামে কয় যে এই ব্যৱস্থাই সমগ্ৰ অঞ্চলটোৰ উন্নয়ন সাধনত সহায় কৰিব।

বানপানী, ভূমিস্খলন, খহনীয়া, জুই আদি নিয়ন্ত্ৰণত এই পদক্ষেপে সহায় কৰিব বুলি বহু আশা প্ৰকাশ কৰিছে।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd