DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশৰ শ্ৰেষ্ঠ শিক্ষানুষ্ঠান সমূহৰ ষষ্ঠ স্থানত আই আই টি, গুৱাহাটী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 5, 2020 9:40 pm
782
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীয়ে ২০১৯-২০ বৰ্ষৰ প্ৰসিদ্ধ নেছাৰ ইনডেক্সৰ সমীক্ষাত দেশৰ শিক্ষানুষ্ঠানৰ সমূহৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰিছে।

নেছাৰ ইনডেক্সৰ সীমাক্ষাত আই আই টি গুৱাহাটীয়ে দেশৰ ৰসায়ন বিজ্ঞান প্ৰতিষ্ঠান সমূহৰ ভিতৰতো পঞ্চম স্থান অধিকাৰ কৰে।

আনহাতে, ফিজিকেল চায়েঞ্চৰ ক্ষেত্ৰত দেশৰ ভিতৰত সপ্তম আৰু লাইফ চায়েঞ্চৰ ক্ষেত্ৰত দেশৰ ভিতৰত নৱম স্থান অধিকাৰ কৰে আই আই টি গুৱাহাটীয়ে।

নেচাৰ ইনডেক্সৰ বাৰ্ষিক ৰেংকিঙত আই আই টি গুৱাহাটীয়ে বিশ্বৰ শিক্ষানুষ্ঠান সমূহৰ ভিতৰত ৩৫০ সংখ্যক স্থান দখল কৰে।

উল্লেখযোগ্য যে, দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত আই আই টি গুৱাহাটীৰ গৱেষক সকলে নতুন নতুন প্ৰযুক্তি উদ্ভাৱনেৰে চৰকাৰ তথা প্ৰশাসনক সহায় কৰিছে।

টেষ্টিং কিট, চেনিটাইজ মেচিন, পি পি ই আৰু মাস্কৰ লগতে অন্যান্য উদ্ভাৱনেৰে প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীয়ে দেশবাসীক সংকটৰ সময়ত সহযোগিতা আগবঢ়াইছে।

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী ৰমেশ পোখৰিয়ালেও টুইট যোগে আই আই টি গুৱাহাটীৰ সঞ্চালক আৰু শিক্ষাৰ্থী সকলক ইয়াৰ বাবে বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে।

Recent News

Massive Fire in Dhanbad

ঝাৰখণ্ডত বহুমহলীয়া অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড: ১৪ গৰাকীৰ মৃত্যু, আহত ১২ গৰাকী

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Shanti Bhushan Died

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd