• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেন্সাৰৰ চিকিৎসাত আশাৰ পোহৰ! আই আই টি কানপুৰৰ গৱেষকসকলে খুলিছে সম্ভাৱনাৰ নতুন দুৱাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2024 9:27 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডিয়ান ইনষ্টিটিউট অৱ কানপুৰে জৈৱ-চিকিৎসা গৱেষণাৰ বাধাসমূহ অতিক্ৰম কৰি জি প্ৰটিন-সংযুক্ত ৰিচেপ্টৰ আৰু কেমোকাইন ৰিচেপ্টৰ ডি ৬ৰ ওপৰত গৱেষণাত আগবাঢ়ি গৈছে।

আই আই টিৰ এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে, ‘প্ৰতিষ্ঠানটোৰ গৱেষণাই কেন্সাৰ আৰু এলঝেইমাৰ, পাৰ্কিনছন আৰু স্কিজ’ফ্ৰেনিয়াৰ দৰে মগজুৰ বিকাৰৰ সম্ভাৱ্য চিকিৎসাৰ বিষয়ে বুজাত সহায় কৰিছে। এই গৱেষণা ছায়েন্স জাৰ্ণেলত প্ৰকাশ পোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰশংসা লাভ কৰিছে।

যুগান্তকাৰী এই গৱেষণাই উপযুক্ত ঔষধৰ ক্ষেত্ৰত এক নতুন যুগৰ দুৱাৰ মুকলি কৰিছে যিয়ে বিশ্বৰ লাখ লাখ লোকৰ বাবে কেন্সাৰ আৰু স্নায়ুজনিত সমস্যা সমাধান কৰিব পাৰে। এই প্ৰসংগত আই আই টি কানপুৰৰ সঞ্চালক অধ্যাপক এছ গণেশে কয় যে, “বহু কষ্ট আৰু খৰচৰ সৈতে জড়িত এনে ৰোগসমূহৰ চিকিৎসাৰ ক্ষেত্ৰত এই গৱেষণাই এক নতুন দিশ মুকলি কৰিব পাৰে।”

Apply Now

লগতে পঢ়কঃ প্ৰসিদ্ধ অসমীয়া সংগীত শিল্পী ভূপেন উজীৰৰ ৮০ বছৰ বয়সত দেহাৱসান

মগজুৰ কোষৰ পৃষ্ঠত ক্ষুদ্ৰ ক্ষুদ্ৰ এন্টেনাৰ দৰে জি প্ৰটিন-সংযুক্ত ৰিচেপ্টৰ (জিপিচিআৰ) মগজুৰ যোগাযোগ আৰু কাৰ্যকলাপত সহায় কৰে। যেতিয়া এই ৰিচেপ্টৰবোৰে সঠিকভাৱে কাম নকৰে তেতিয়া মগজুৰ কোষৰ মাজত যোগাযোগৰ সমস্যাই এলঝেইমাৰ আৰু পাৰ্কিনছনৰ দৰে ৰোগৰ সৃষ্টি কৰে।

একেদৰে কেম’কাইন ৰিচেপ্টৰ ডি ৬য়ে মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাত কাম কৰে আৰু কেন্সাৰত ৰিচেপ্টৰে টিউমাৰৰ পৰিৱেশক প্ৰভাৱিত কৰিব পাৰে বুলি আই আই টি কানপুৰৰ গৱেষণাৰ তথ্যই ব্যাখ্যা কৰিছে।

প্ৰতিষ্ঠানটোৰ গভীৰ জৈৱ-চিকিৎসা গৱেষণাৰ সহায়ত নতুন পদ্ধতি আৰু চিকিৎসা পদ্ধতি উদ্ভাৱন কৰিব পৰা যাব পাৰে, যাৰ ফলত অৱশেষত বিশ্বজুৰি এনে ৰোগত আক্ৰান্ত লোকসকল উপকৃত হ’ব। ক্ৰায়োজেনিক-ইলেক্ট্ৰন মাইক্ৰস্কোপি (cryo-EM) নামৰ উচ্চ প্ৰযুক্তিৰ পদ্ধতিৰে ৰিচেপ্টৰবোৰৰ বিশদ ত্ৰিমাত্ৰিক ছবি তৈয়াৰ কৰা হৈছিল।

লগতে পঢ়কঃ  ভাৰতৰ সৈতে সংঘাতৰ বাবে ৰাষ্ট্ৰপতিকে অপসাৰণৰ দাবী মালদ্বীপত; চাপত পৰি দিল্লীমুখী মুইজু?

এই প্ৰক্ৰিয়াৰ সহায়ত গৱেষকসকলে আণৱিক পৰ্যায়ত ৰিচেপ্টৰৰ ত্ৰিমাত্ৰিক ছবি অধ্যয়ন কৰিব পাৰে আৰু ৰোগৰ অৱস্থাৰ সৃষ্টি কৰা এই ৰিচেপ্টৰৰ সমস্যাসমূহ শুধৰাবলৈ নতুন ঔষধৰ দৰে অণুৰ ডিজাইন কৰিব পাৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd