• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আই আই টি মাদ্ৰাজৰ কেম্পাছত যৌন নিৰ্যাতন : গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ যুৱক

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 28, 2025 9:19 am
137
VIEWS
Share on FacebookShare on Twitter

তামিলনাডুৰ চেন্নাইস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি মাদ্ৰাজ (আই আই টি মাদ্ৰাজ)ৰ চৌহদত এগৰাকী ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাত ২২ বছৰীয়া এজন ফুড ষ্টলৰ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে।

২৫ জুনৰ সন্ধিয়া প্ৰায় ৭:৩০ বজাত সংঘটিত হয় এই ঘটনা। সেইদিনা আন এখন প্ৰতিষ্ঠানৰ এগৰাকী ছাত্ৰী আই আই টি মাদ্ৰাজলৈ আহিছিল। তেওঁক অকলে পাই কেম্পাছৰ ভিতৰতে এক জঘন্য অপৰাধ সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।

আই আই টি মাদ্ৰাজে জাৰি কৰা সংবাদ মাধ্যমৰ বিবৃতি অনুসৰি অভিযুক্তৰ নাম ৰোশন কুমাৰ। তেওঁ মুম্বাইৰ বাসিন্দা। আগতে আই আই টি মাদ্ৰাজ কেম্পাছৰ ভিতৰত অৱস্থিত ফুড ক’ৰ্টৰ ভিতৰত “মুম্বাই চাট” নামৰ এটা ফুড ষ্টলত কাম কৰিছিল।

বিবৃতিটোত কোৱা হৈছে যে, “২০২৫ চনৰ ২৫ জুনত আই আই টি মাদ্ৰাজ কেম্পাছত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয়। আই আই টি কেম্পাছত কৰ্মৰত এজন ঠিকাভিত্তিক ভেণ্ডৰ কৰ্মচাৰীয়ে আন এখন প্ৰতিষ্ঠানৰ এগৰাকী ছাত্ৰীৰ সৈতে অসৎ আচৰণ কৰে। ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত তাত থকা লোকসকলে অভিযুক্তক ধৰি স্থানীয় আৰক্ষীক গতাই দিয়ে।”

সূত্ৰৰ পৰা জানিব পৰা মতে, ছাত্ৰীগৰাকীয়ে অকলে খোজ কাঢ়ি থকা অৱস্থাত অভিযুক্ত ৰোশন কুমাৰে লাঠি লৈ তেওঁৰ কাষ চাপিছিল। তাৰ পিছত তেওঁ ছাত্ৰীগৰাকীৰ চুলি টানি যৌন নিৰ্যাতন চলায়। কোনোমতে পলাবলৈ সক্ষম হয় ছাত্ৰীগৰাকী। এই কথা জানিব পাৰি লগে লগে কেম্পাছৰ চকীদাৰে ৰোশন কুমাৰক ধৰি আৰক্ষীৰ হাতত গতাই দিলে।

আই আই টি মাদ্ৰাজ কৰ্তৃপক্ষই দাবী কৰে যে, “আই আই টি(এম)ৰ যৌন নিৰ্যাতনৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি আছে আৰু আমি সকলোকে এটা নিৰাপদ কেম্পাছ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”

Recent News

কৃত্ৰিম বুদ্ধিমত্তাই ৰাহি কৰিলে মাইক্ৰ’ছফ্টৰ ৪০০০ কোটি টকাঃ ৯ হাজাৰ লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পাছত দাবী কোম্পানীটোৰ

কৃত্ৰিম বুদ্ধিমত্তাই ৰাহি কৰিলে মাইক্ৰ’ছফ্টৰ ৪০০০ কোটি টকাঃ ৯ হাজাৰ লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পাছত দাবী কোম্পানীটোৰ

অসমৰ চাদৰ-মেখেলাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম অসমীয়া – সংযুক্তা দত্ত

অসমৰ চাদৰ-মেখেলাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম অসমীয়া – সংযুক্তা দত্ত

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২ জুলাইত গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়িত অনুষ্ঠিত কৰিব ৰোজগাৰ মেলা

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২ জুলাইত গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়িত অনুষ্ঠিত কৰিব ৰোজগাৰ মেলা

বেলুচিস্তানত বাছৰ পৰা নমাই নি ৯জন যাত্ৰীক গুলীয়াই হত্যা উগ্ৰপন্থীৰ; আক্ৰমণত জড়িত কোন?

বেলুচিস্তানত বাছৰ পৰা নমাই নি ৯জন যাত্ৰীক গুলীয়াই হত্যা উগ্ৰপন্থীৰ; আক্ৰমণত জড়িত কোন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd