DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰৰ জখলাবন্ধাত কন্টেইনাৰ বাহনত উদ্ধাৰ চোৰাং গৰু

ৰিদিপ শৰ্মা,কলিয়াবৰ by ৰিদিপ শৰ্মা,কলিয়াবৰ
December 30, 2021 1:11 pm
6.5k
VIEWS
Share on FacebookShare on Twitter

গো-সুৰক্ষা আইনক ভেঙুচালি কৰি ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা।

কলিয়াবৰৰ জখলাবন্ধাত কন্টেইনাৰ বাহনত উদ্ধাৰ হৈছে চোৰাং গৰু।

আৰক্ষীৰ চকুত ধূলিদি চোৰে লৈছে এইবাৰ ন-ন কৌশল।

বিলাসী সামগ্ৰী কঢ়িয়াই নিয়া কন্টেইনাৰ বাহনত এতিয়া দুষ্টচক্ৰই সৰবৰাহ কৰে চোৰাং গৰু।

আইনক ভেঙুচালি কৰি চৰকাৰৰ কঠোৰতাৰ বিপৰীতে সাতত্ৰিশ নম্বৰ ঘাইপথেৰে অব্যাহত আছে গৰুৰ এই চোৰাং বেহা। চোৰাং বেপাৰীয়ে কৌশল সলনি কৰি গৰু সৰবৰাহৰ বাবে এইবাৰ ব্যৱহাৰ কৰিছে কন্টেইনাৰ।

আজি কাহিলী পুৱা সাতত্ৰিশ নম্বৰ ঘাইপথত কলিয়াবৰৰ জখলাবন্ধা আৰক্ষীয়ে দেৰগাৱঁৰ পৰা ৩৭ নম্বৰ ঘাইপথেৰে যোৰাবাটৰ ন-মাইললৈ সৰবৰাহ কৰা চোৰাং গৰুভৰ্তি কন্টেইনাৰ বাহন খন জব্দ কৰিবলৈ সক্ষম হয়।

আজি কাহিলিপুৱা তেত্ৰিশটা গৰুসহ এ এচ ০১ এম চি – ৯৫৫১ নম্বৰৰ কন্টেইনাৰ বাহনখন আৰু চালক হবিবুৰ ৰহমানক আটক কৰে জখলাবন্ধা আৰক্ষীয়ে।

কিন্তু এতিয়া প্ৰশ্ন হয় চৰকাৰৰ গো-সুৰক্ষা আইন খন কেতিয়াকৈ ফলপ্ৰসূ হব? কাৰ চত্ৰছায়াত চলি আছে গো-সৰবৰাহ?

গো-সুৰক্ষা আইনক ভেঙুচালি কৰা দুষ্টচক্ৰটোক প্ৰশাসনে নাকী লগোৱাত ব্যৰ্থতাৰ প্ৰকৃত ৰহস্যৰ আঁৰত কোনো প্ৰভাৱশালী লোকৰ হাত আছে নেকি সেই প্ৰশ্নই এতিয়া দোলা দিছে ৰাইজৰ মনত।

Recent News

Owaisi

ভাৰতীয় হোৱা হ’লেই বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ সন্মুখীন হ’ল হয় হিণ্ডেনবাৰ্গ!

ভয়ংকৰ বাছ দুৰ্ঘটনা: ৩০ যাত্ৰীৰ মৃত্যু, আহত ১৫ যাত্ৰী

ভয়ংকৰ বাছ দুৰ্ঘটনা: ৩০ যাত্ৰীৰ মৃত্যু, আহত ১৫ যাত্ৰী

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd