DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কুমাৰীকাটা বন বিভাগ আৰু এছএছবিৰ যুটীয়া অভিযানত চোৰাং গামেৰী গছৰ কুণ্ডাসহ টাটা মবাইল জব্দ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
September 26, 2020 3:58 pm
baksa
181
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত আছে।

শুকুৰবাৰে  নিশা প্ৰায় ৭ বজাত বন বিভাগৰ লোকে  বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত  কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনস্থ চাহেটোপা গাওঁত কুমাৰীকাটা বন বিভাগ আৰু ২৪ নং এছএছবিৰ গাইদাঙ চ’কস্থিত এটা দলৰ সহযোগত চোৰাং  কাঠ কঢ়িয়াই অনা  বাহন এখন জব্দ কৰে ।

AS-01 EC- 8107 নম্বৰৰ এখন টাটা ম’বাইল বাহন খনত   গামেৰী গছ কঢ়িয়াই আনি থকা অৱস্থাতে অভিযানকাৰী দলে জব্দ কৰিবলৈ সক্ষম হয় ।

গাড়ীৰ চালক গৰাকীয়ে বন বিভাগ আৰু এছএছ বিৰ লোকসকলক দূৰৰ পৰা দেখা মাত্ৰকে এন্ধাৰৰ সুযোগ লৈ গাড়ী খন এৰি পলাই যাবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে বন বিভাগৰ বিষয়া বীৰেন্দ্ৰ নাথ বড়োৱে ।

নিশাই বন বিভাগৰ লোকে টাটা মবাইলসহ গামেৰী গছৰ কুণ্ডা খিনি কুমাৰীকাটা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়লৈ লৈ আনে । উল্লেখ্য যে জব্দকৃত কাঠ আৰু গাড়ীখনৰ মূল্য বন বিভাগৰ লোকে জানিব দিয়া অনুসৰি কেইবা লক্ষাধিক টকা হব ।

Recent News

শিলসাঁকোৰ অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰী, ৰাজহ মন্ত্ৰীলৈ স্মাৰকপত্ৰ

শিলসাঁকোৰ অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰী, ৰাজহ মন্ত্ৰীলৈ স্মাৰকপত্ৰ

Gyanvapi Mosque

জ্ঞানৱাপী মছজিদ বিতৰ্ক : দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপকক জামিন দিল্লী আদালতৰ

petroldiesel_3

জনতাক সামান্য সকাহ: হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য,কিমান কমিব?

দহ হাজাৰ টকা ,হাঁহ নিদিয়াৰ বাবেই আৰক্ষীয়ে প্ৰাণ ললে যুৱকৰ! বটদ্ৰৱা থানা জ্বলালে ক্ষুদ্ধ জনতাই

দহ হাজাৰ টকা ,হাঁহ নিদিয়াৰ বাবেই আৰক্ষীয়ে প্ৰাণ ললে যুৱকৰ! বটদ্ৰৱা থানা জ্বলালে ক্ষুদ্ধ জনতাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd