DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰ বিছমুৰীত বৃহৎ পৰিমাণৰ বাৰ্মিজ চেগুন ভৰ্তি ট্ৰাক জব্দ

ৰিনয় বসুমতাৰী,কোকৰাঝাৰ by ৰিনয় বসুমতাৰী,কোকৰাঝাৰ
January 26, 2022 12:29 pm
কোকৰাঝাৰ বিছমুৰীত বৃহৎ পৰিমাণৰ বাৰ্মিজ চেগুন ভৰ্তি ট্ৰাক জব্দ
120
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ হল্টুগাঁও বন সাংমাণ্ডলিক বিভাগৰ ৰেঞ্জাৰ অজয় নাৰ্জাৰীৰ নেতৃত্বত বিছমুৰীৰ ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা এক অভিযানত অৰুণাচলৰ পৰা পাঞ্জাৱ অভিমুখে চোৰাংকৈ লৈ যোৱা অৱস্থাত এখন ১৪ চকীয়া ট্ৰাকৰ (পঞ্জীয়ন নং PB 02 DF 7504) পৰা প্ৰায় ৩ লাখ টকাৰ মূল্যৱান চেগুন কাঠ জব্দ কৰে ।

উল্লেখ্য অসমৰ মাজৰে প্ৰায়ে এনেদৰে বহিঃৰাজ্যলৈ মূল্যৱান কাঠ সৰবৰাহ হৈ থকাৰ অভিযোগ উঠি আহিছে।

ইয়াৰ পূৰ্বেও ৰাজ্যৰ একাধিক স্থানত এনে চোৰাং কাঠ জব্দ হৈছিল।

Recent News

জো বিডেনৰ এছিয়া ভ্ৰমণৰ সময়তে পাৰমানৱিক অস্ত্ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি উত্তৰ কোৰিয়াৰ!

জো বিডেনৰ এছিয়া ভ্ৰমণৰ সময়তে পাৰমানৱিক অস্ত্ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি উত্তৰ কোৰিয়াৰ!

Google in Russia: জব্দ বেংক একাউণ্ট, ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰাৰ পথত গুগল!

Google in Russia: জব্দ বেংক একাউণ্ট, ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰাৰ পথত গুগল!

World Boxing Championships: বক্সিঙত বিশ্ব চেম্পিয়ন হ’ল ভাৰতৰ নিখাত জাৰিন, স্বৰ্ণ জয়

World Boxing Championships: বক্সিঙত বিশ্ব চেম্পিয়ন হ’ল ভাৰতৰ নিখাত জাৰিন, স্বৰ্ণ জয়

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd